--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সৌভাগ্যশালী হ'বলৈ কৰ্ম, চেষ্টা, ধৈৰ্যৰ উপৰি বাস্তু শাস্ত্ৰও কিছু প্ৰভাৱ পেলাই মানুহৰ জীৱনত৷ মানুহৰ বন্ধ ভাগ্যৰ তলাও বহু ক্ষেত্ৰত মুকলি হয় বাস্তু শাস্ত্ৰৰ বিশ্বাস কৰিছে৷ বাস্তু অনুসৰি ঘৰত মৃৎশিল্প ব্যৱহাৰ কৰিলে যথেষ্ট শুভ ফল লাভ কৰে৷ প্ৰাচীন কালৰ পৰাই প্ৰচলন হৈ অহা মৃৎশিল্পৰ গুণাগুণে বৰ্তমান সময়তো গুৰুত্ব লাভ কৰে । প্ৰাচীন কালত, মানুহে ৰন্ধনৰ পৰা পৰিৱেশনলৈকে মৃৎশিল্প ব্যৱহাৰ কৰাৰ লগতে মাটিৰে নিৰ্মিত পাত্ৰত পানীও ৰখা হৈছিল।

মৃৎশিল্পই ঘৰত সকাৰাত্মক শক্তি প্ৰদান কৰে। বাস্তু শাস্ত্ৰই মাটিৰে নিৰ্মিত তিনিটা সামগ্ৰী ৰ কথা উল্লেখ কৰিছে যিবোৰ ঘৰত ৰাখিলে যথেষ্ট শুভ ফল দিয়ে৷

১) মাটিৰে নিৰ্মিত মূৰ্তি

বাস্তু শাস্ত্ৰৰ মতে, ঘৰত মাটিৰে নিৰ্মিত দেৱতাৰ মূৰ্তি থকাটো অতি শুভ বুলি গণ্য কৰা হয়। যদি আপোনাৰ ঘৰত বাস্তু দোষ লাগি আছে, তেতিয়া মন্দিৰত দেৱতাসকলৰ মাটিৰ মূৰ্তি ৰাখিব। আপুনি এই মূৰ্তিবোৰ ঘৰৰ উত্তৰ-পূব দিশত, ঈশান কোণত, বা দক্ষিণ-পশ্চিম দিশত ৰাখিলে মা লক্ষ্মীয়ে ঘৰত বাস কৰে বুলি বিশ্বাস কৰা হয়।

২) কলহ

কলহৰ পানী স্বাস্থ্যৰ বাবে উপকাৰী। বাস্তু শাস্ত্ৰত বিশ্বাস কৰা হয় যে ঘৰত মাটিৰ কলহ এটা ৰাখিলে সুখ আৰু সমৃদ্ধি আহে। আপুনি কলহটো ঘৰৰ উত্তৰ দিশত ৰাখিব লাগে। অৱশ্যে ই কেতিয়াও খালী নহয় আৰু সদায়ে পানীৰে পৰিপূৰ্ণ হয়।

৩) চাকি

বাস্তু মতে, ঘৰত সদায় মাটিৰ চাকিৰে পূজা কৰা উচিত। ই ঘৰত সকাৰাত্মক শক্তি প্ৰদান কৰে আৰু নেতিবাচকতা দিশসমূহ আঁতৰ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ