--°C
Loading...
Listen to Article
2 min read
80%
৩০ নৱেম্বৰ ২০২৪, শনিবাৰ

মেষ ৰাশি: অদৰকাৰী বিবাদ, অৰ্থহীন যুক্তিতৰ্ক, নেতিবাচক চিন্তাধাৰ আদিৰ পৰা আঁতৰত থকা উচিত ৷ অন্যথা দিনটো অতি গম্ভীৰ হ’ব পাৰে; স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ দিনটো ফলপ্ৰসূ হ’ব ৷ আৰ্থিক আৰু বিনিয়োগ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিব পাৰিব ৷

বৃষ ৰাশি: নতুন কাম আৰম্ভ কৰাৰ আগতে বা নিজকে কোনো কামত জড়িত কৰাৰ আগতে, নিশ্চিত কৰক যে আপুনি কোনো অনৈতিক বা অবৈধ ক্ষেত্ৰত প্ৰৱেশ কৰা নাই ৷ নতুন কাম বা প্ৰকল্প আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷ উদ্বেগ আৰু চাপমুক্ত হ’ব পাৰে ৷ জিভাক নিয়ন্ত্ৰণ কৰক ৷

মিথুন ৰাশি: দিনটো অনুকূল হৈ থাকিব ৷ বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত আনন্দৰে সময় কটোৱাৰ সুযোগ পাব ৷ সামাজিক কাম কৰিলে সুনাম নিশ্চিত  ৷

কৰ্কট ৰাশি: ব্যক্তিগত, পেচাদাৰী বা সামাজিক সকলো দিশতে দমন কৰি থাকিব ৷ বৃহৎ পৰিমাণে আৰ্থিক লাভ হ’ব পাৰে ৷ পেচাদৰীসকলৰ বাবে পদোন্নতি আৰু বেতন বৃদ্ধিৰ সম্ভাৱনা আছে ৷

সিংহ ৰাশি: পেটৰ অসুখ হ’ব পাৰে ৷ গ্ৰহ ভালে থাকিব ৷ স্বাস্থ্য ভালে থাকিব ৷ ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ ৷ দিনটোৱে লাভ আৰু সৌভাগ্য কঢ়িয়াই আহিব ৷ আৰ্থিক দুখৰ পৰা মুক্তি লাভ কৰিব ৷

কন্যা ৰাশি: সমস্যা জৰ্জৰিত হ’ব ৷ মন, শৰীৰ আৰু আত্মা সুখত থাকিব ৷ ব্যক্তিগত দিশটো অলপ কঠিন হ’ব ৷ মাতৃৰ শৰীৰৰ অৱনতি হ’ব ৷ পৰিয়ালৰ সদস্যৰ বদনাম হ’ব পাৰে ৷ প্ৰতিটো ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰক ৷ পানীৰ পৰা আঁতৰি থাকক ৷

তুলা ৰাশি: নতুন প্ৰকল্প বা কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ মধ্যাহ্নৰ পিছত, শাৰীৰিক আৰু মানসিকভাৱে ক্লান্ত অনুভৱ কৰিব পাৰে ৷ সৰু সৰু কথাত তৰ্ক কৰাৰ পৰা বিৰত থাকক ৷

বৃশ্চিক ৰাশি: দিনটোৰ আৰম্ভণি ভাল নহ’বও পাৰে৷ কামৰ বোজা বৃদ্ধি পাব ৷ ধৈৰ্য ধৰক ৷ কাজিয়া আৰু অৰ্থহীন তৰ্কৰ পৰা বিৰত থাকক ৷ শান্ত হৈ থাকক ৷ পৰিয়ালবৰ্গৰ লগত বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷

ধনু ৰাশি: দিনটোৰ প্ৰথমাৰ্ধত সুখ আৰু সন্তুষ্টি লাভ কৰিব ৷ মধ্যাহ্নৰ পিছত আৰ্থিক লাভ, সামাজিক যাত্ৰা আৰু মন্দিৰ দৰ্শন আদিৰ সম্ভাৱনা আছে ৷ ঘৰত পৰিস্থিতি জটিল হ’ব ৷

মকৰ ৰাশি: সকলো কামতে সতৰ্ক আৰু সাৱধান হৈ থকা উচিত৷ কোনো ভাল কামৰ সাক্ষী হ’ব৷ মনোভাৱ আৰু শাৰীৰিক ভংগীমাসমূহৰ প্ৰতি লক্ষ্য ৰখা উচিত৷ প্ৰেমত শান্তি। পৰিয়ালত সুখ। স্বাস্থ্যৰ শ্ৰীবৃদ্ধি।

কুম্ভ ৰাশি: সামাজিক আৰু আৰ্থিক ক্ষেত্ৰত বিকাশৰ ৰূপত পৰিণাম লাভ কৰিব৷ পিছবেলা, ঘৰৰ শান্ত পৰিৱেশে আপোনাৰ মনত আনন্দ দিব। খৰচ কমোৱাৰ চেষ্টা কৰিব৷ আইনী সমস্যাৰ লেনদেন কৰোতে যত্ন লওক৷

মীন ৰাশি: শুভ দিন৷ সকলো দিশতে লাভান্বিত হ’ব৷ সন্মান বৃদ্ধি ৷ আৰ্থিক আৰু পেচাদাৰী দিশত পদোন্নতি আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ দিনটো সুখ, শান্তি আৰু সন্তুষ্টিৰে পাৰ হ’ব ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ