--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে শোৱাৰ সময়ত বহু সপোন দেখে। সপোনশাস্ত্ৰৰ মতে কিছুমান সপোন দেখাটো শুভ বুলি গণ্য কৰা হয়, আনহাতে কিছুমান সপোনে অশুভ ইংগিতো দিব পাৰে। 

সপোনত যদি ময়ূৰ পক্ষী দেখা পায়, তেন্তে ইয়াৰো বিশেষ অৰ্থ থাকিব পাৰে। সপোনত ময়ূৰ দেখা পোৱাটো সপোনশাস্ত্ৰৰ মতে শুভ নে অশুভ জানো আহক।

ময়ূৰক দেখা শুভ নে অশুভ?

ময়ূৰক ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় বুলি গণ্য কৰা হয়। এজন ব্যক্তিয়ে সপোনত ময়ূৰ দেখাৰ পিছত বহুতো শুভ লক্ষণ লাভ কৰিব পাৰে। জ্যোতিষত বিশ্বাস কৰা হয় যে ময়ূৰ ধনীষ্ঠা নক্ষত্ৰৰ সৈতে সম্পৰ্কিত আৰু ই মানুহক ধন-সম্পত্তি লাভ কৰাত সহায় কৰিব পাৰে।সপোনত ময়ূৰ দেখিলে মানুহৰ সৌভাগ্যৰ দুৱাৰ মুকলি হব পাৰে।

যোৰাকৈ ময়ূৰ দেখাৰ অৰ্থ

যদি আপুনি অবিবাহিত আৰু সপোনত এযোৰ ময়ুৰ দেখা পায় তেন্তে তাৰ অৰ্থ হ’ল আপোনাৰ সোনকালে বিয়া হ’ব আৰু আপুনি এজন ভাল জীৱনসংগী পাব। লগতে জীৱনত সুখ আৰু সমৃদ্ধি পাবলৈ গৈ আছে।

বগা ময়ূৰ দেখাৰ অৰ্থ

কোনো ব্যক্তিয়ে যদি সপোনত বগা ময়ূৰ দেখা পায় তেন্তে ইয়াকো অতি শুভ বুলি গণ্য কৰা হয়। কাৰণ সপোনশাস্ত্ৰৰ মতে এনে সপোনৰ অৰ্থ হ’ল দেৱী লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত বৰষিবলৈ গৈ আছে।

ময়ূৰৰ পাখি দেখাৰ অৰ্থ

ময়ূৰৰ পাখিক মংগলৰ প্ৰতীক বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত যদি কোনো ব্যক্তিয়ে সপোনত ময়ুৰৰ পাখি দেখে তেন্তে তাৰ অৰ্থ হ’ল আপোনাৰ সকলো গ্ৰহৰ দোষ ধ্বংস হ’বলৈ গৈ আছে, যাৰ ফলত জীৱনত ধনাত্মকতা থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ