--°C
Loading...
Listen to Article
2 min read
80%
৬ জানুৱৰী ২০২৫, সোমবাৰ

মেষ ৰাশি: সাৱধানতা অৱলম্বন কৰক ৷ চাপ আৰু দুশ্চিন্তাত থাকিব ৷ দিনটো অস্থিৰ হৈ থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে কোনো বিবাদ বা সংঘাত হ’লে মনে মনে থাকক ৷ সহকৰ্মীসকলৰ সৈতে কোনো ধৰণৰ আলাপ-আলোচনা কৰাৰ পৰা বিৰত থাকক ৷

বৃষ ৰাশি: দিনটো আনন্দৰে পাৰ কৰিব৷ কথা কওতে সাৱধানে থাকিব ৷ শত্ৰুসকলৰপৰা সাৱধান ৷ প্ৰেমত শুভ ৷  আৰ্থিক ক্ষতি হ’ব পাৰে ৷ ধন উপাৰ্জন কমিব পাৰে ৷

মিথুন ৰাশি: শুভ দিন ৷ ব্যায়াম কৰক ৷ শাৰীৰিক আৰু মানসিকভাৱে তজবজীয়া অনুভৱ কৰিব পাৰে ৷ কৰ্মক্ষেত্ৰত ধীৰ-স্থিৰ শান্ত আৰু অনুকূল থাকিব ৷ সময়ৰ সুব্যৱহাৰ কৰিব ৷

কৰ্কট ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে সুফল লাভ কৰিব ৷ স্বাস্থ্য বৰ ভাল নাথাকিব ৷ পেটৰ গণ্ডগোল হ’ব পাৰে ৷ লাভ বৃদ্ধি হ’ব ৷

সিংহ ৰাশি: নিয়মীয়া কাম-কাজৰ পৰা অলপ আঁতৰি আহি আধ্যাত্মিকতা আৰু অধিবিদ্যাৰ দিশত আকৃষ্ট হ’ব পাৰে ৷ কথা কোৱাৰ সময়ত সতৰ্ক থাকক ৷ নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে ৷ উত্তেজিত আৰু উদ্বিগ্ন হৈ থাকিব ৷ সৰুসুৰা কোনো সমস্যাত পৰিলে সহকৰ্মীসকলক ভৰসা কৰিব পাৰে ৷ স্বাস্থ্য আৰু সুস্থতাৰ প্ৰতি যত্নশীল হওঁক ৷ সন্তানৰ ভৱিষ্যতক লৈ অত্যধিক চিন্তা নকৰিব ৷ ইতিবাচক মনোভাৱ বৰ্তাই ৰাখক ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ ভাগ্য সুপ্ৰসন্ন ৷ দিনটো আনন্দৰে কটাব ৷ দুশ্চিন্তাই আগুৰি ধৰিব ৷ মাতৃৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ নৈ-পুখুৰী আদিৰ পৰা সাৱধানে থাকিব ৷

তুলা ৰাশি: ইতিবাচক হৈ থাকক আৰু নেতিবাচক মনোভাৱ এৰাই চলক ৷ ঘৰত কোনো ধৰণৰ কাজিয়া বিবাদ সৃষ্টি হ’বলৈ নিদিব ৷ সম্ভৱ হ’লে নিজৰ মুখত তলা লগাই ৰাখক ৷ নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে ৷ ভ্ৰমণৰ যোগ আছে ৷

বৃশ্চিক ৰাশি: দিনটো মধ্যমীয়া ৷ সুখী আৰু পৰিতৃপ্ত হৈ থাকিব ৷ দিনটো পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ সু-সংবাদ লাভ কৰিব পাৰে ৷ দিনটো ভালে যাব ৷ সাৱধানে থাকিব ৷ খৰচ বৃদ্ধি ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত কিছু সমস্যাত পৰিব পাৰে ৷

ধনু ৰাশি: দুৰ্ঘটনাত পৰিব পাৰে ৷ সাৱধানে থাকক ৷ গ্ৰহ আজি অনুকূলত নাই ৷ ব্যয় বৃদ্ধি ৷ হাঁহিৰে দিনটো কটাব ৷

মকৰ ৰাশি: ব্যৱসায়ী আৰু পেছাদাৰসকলৰ বাবে দিনটো প্ৰতিশ্ৰুতিপূৰ্ণ ৷ বিৰক্তি আৰু চাপ বাঢ়িব পাৰে ৷ বিতৰ্কৰ সৃষ্টি হ’ব পৰা বা বিবাদত লিপ্ত হ’ব পৰা পৰিস্থিতি এৰাই চলক ৷ খৰচ বৃদ্ধি ৷

কু​ম্ভ ৰাশি: দিনটো লাভদায়ক হ’ব পাৰে ৷ ব্যৱসায়ী আৰু পেছাদাৰসকলৰ কাৰণে দিনটো লাভদায়ক ৷ পদোন্নতি হ’ব পাৰে ৷ দিনটো শুভ ৷

মীন ৰাশি: ভাগৰুৱা অনুভৱ কৰিব ৷ পৰিয়ালৰ লোক আৰু সম্বন্ধীয় ভাইভনীসকলৰ লগত সম্পৰ্ক ভাল হ’ব ৷ সাহিত্য আৰু লেখামেলাৰ এটা নতুন চখ মনত উপজিব ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ