--°C
Loading...
Listen to Article
2 min read
80%



১০/০৬/২৪ সোমবাৰ


মেষঃ চাকৰিৰ ক্ষেত্রত দায়িত্ব বৃদ্ধি পাব, ব্যৱসায়–বাণিজ্যত শুভ৷ দিনটোত আয় উপেক্ষা, ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ নিবনুৱা জাতক–জাতিকাই চেষ্টাৰ ফল পাব, গুপ্ত শত্রু সম্পর্কে সতর্কতা অৱলম্বন কৰিব৷ শাৰীৰিক দিশত চিন্তাৰ কাৰণ আছে৷ বিদ্যার্থীৰ মধ্যম ফল৷ 

বৃষঃ কর্মত অস্থিৰতাই দেখা দিব পাৰে৷ আত্মীয়ৰ লগত মতান্তৰ হ’ব পাৰে৷ অযথা চিন্তা বৃদ্ধি৷ প্রাপ্য অর্থ প্রাপ্তিৰ যোগ৷ অধিক খঙৰ কাৰণে একাধিক সুযোগে হাত এৰা দিব পাৰে৷ বন্ধুৰ দ্বাৰা সন্মান হানিৰ যোগ, বিদ্যার্থীৰ বাবে দিনটো শুভ ফলদায়ক৷ 

মিথুনঃ কর্মক্ষেত্রত মধ্যম ফলদায়ক৷ বিশেষ কাৰণে কিছু অর্থ ঋণ কৰিব লগা হ’ব পাৰে৷ ব্যৱসায়–বাণিজ্যত মধ্যম ফল৷ সন্তানৰ বিদ্যাৰ কাৰণে পিতৃ–মাতৃৰ চিন্তা, প্রেম আৰু দাম্পত্যত কাজিয়া–পেচালৰ সম্ভাৱনা৷ 

কর্কটঃ কর্মক্ষেত্রত সাফল্য লাভ৷ ব্যৱসায়–বাণিজ্যৰ মাধ্যমত আর্থিক উন্নতিৰ যোগ৷ দাম্পত্যত শান্তি বজাই থাকিব৷ শৰীৰ– স্বাস্থ্য বিশেষ ভাল নাযাব৷ কোনোবাই অযথা শত্রুতা কৰিব পাৰে৷ দিনটোত পৰিশ্রমৰ তুলনাত ফল নাপাব৷ উচ্চ বিদ্যার্থীৰ উন্নতিৰ যোগ৷ 

সিংহঃ কর্মক্ষেত্রত বিভাজন–পৰিৱর্তন যোগ দেখা যায়৷ পুৰণি কামৰ সমাপ্তি আশা কৰিব পাৰে৷ দৈনন্দিন কর্মত খেলিমেলি দেখা দিব পাৰে৷ উচ্চ বিদ্যার্থীৰ মানসিক চাপ বৃদ্ধি পাব৷ উগ্র মেজাজৰ কাৰণে আর্থিক ক্ষতি হ’ব পাৰে৷ প্রেমত অশান্তি বৃদ্ধি৷ 

কন্যাঃ পাৰিবাৰিক ক্ষেত্রত শান্তি বজাই থাকিব৷ আর্থিক ক্ষেত্রত আশা কৰা মতে ফল নাপাব৷ পুৰণি সমস্যাৰ সমাধান হ’ব পাৰে৷ গোপন শত্রু সম্পর্কে সতর্ক থাকিব৷ উচ্চ ৰক্তচাপজনিত ৰোগীসকলে সতর্কতা অৱলম্বন কৰিব৷ ব্যৱসায়ত শুভ৷ বিদ্যার্থীৰ মধ্যম ফল৷ 

তুলাঃ কর্মক্ষেত্রত সন্মান বৃদ্ধিৰ যোগ৷ মনৰ গোপন কথা আনৰ আগত প্রকাশ কৰিলে ক্ষতি হ’ব পাৰে৷ নিজৰ ভুলত বিপদত পৰিব পাৰে৷ আর্থিক ক্ষেত্রত শুভ যদিও অধিক ব্যয় বৃদ্ধিৰ ফলত মানসিক উদ্বেগ বৃদ্ধি পাব৷ ভ্রমণৰ যোগ দেখা যায়৷ প্রেমত শুভ ফলদায়ক৷ 

বৃশ্চিকঃ পাৰিবাৰিক দিশত সন্মান বৃদ্ধি৷ কোনোবাই প্রতাৰণা কৰিব পাৰে৷ ভ্রমণত অর্থ লাভ৷ ব্যৱসায়-বাণিজ্যত বাধা থাকিব৷ আর্থিক দিশত দিনটোত তেনেকুৱা ভাল ফল নাপাব৷ ঠিকাদাৰী ব্যৱসায়ত উন্নতিৰ যোগ৷ বিদ্যার্থীৰ বাহিৰলৈ যোৱাৰ যোগ দেখা যায়৷ 

ধনুঃ চাকৰিত সন্মান প্রাপ্তিৰ যোগ৷ মনৰ আশা ভংগ হ’ব পাৰে৷ প্রাপ্য ধন প্রাপ্তিৰ যোগ আছে৷ ঘৰত মাংগলিক অনুষ্ঠানৰ সম্ভাৱনাই দেখা দিব পাৰে৷ পুলিচি জামেলা, মামলা, মকর্দমা আদিৰ যোগ দেখা যায়৷ গতিকে সতর্কতা অৱলম্বন কৰিব৷ ব্যৱসায়ত মধ্যম৷ বিদ্যার্থীৰ উন্নতিৰ যোগ৷ 

মকৰঃ পাৰিবাৰিক অশান্তিৰ কাৰণে দৈনিক কর্মত বাধা৷ নিজৰ ভুলৰ কাৰণে বিপদত পৰিব পাৰে৷ অযথা চিন্তাৰ ফলত শৰীৰৰ ক্ষতি হ’ব পাৰে৷ বিভিন্ন ধৰণৰ দালালী পেচাৰ লগত জড়িত ব্যক্তিসকলৰ উন্নতিৰ যোগ৷ প্রেম আৰু দাম্পত্যত অশান্তি বৃদ্ধি পাব৷ 

কুম্ভঃ অযথা বিবাদৰ ফলত দৈনন্দিন কর্মত ক্ষতি৷ মনৰ অৱস্থা বিশেষ ভালেৰে নাযাব৷ বিভিন্ন প্রতিকূল পৰিস্থিতিত বন্ধুৰ সহায় আশা কৰিব পাৰে৷ সম্পদ প্রাপ্তিৰ যোগ৷ অসমাপ্ত কাম শেষ কৰি মনত আনন্দ অনুভৱ কৰিব৷ ব্যৱসায়ত পৰিধি বিস্তাৰ৷ প্রেমত মধ্যম৷ 

মীনঃ কর্মক্ষেত্রত বাধা থাকিব৷ কিবা বিষয় লৈ পিতৃ–মাতৃৰ লগত মতবিৰোধ দেখা দিব পাৰে৷ পৰিকল্পিত ব্যৱসায়ৰ ক্ষেত্রত বাধা থাকিব৷ মানসিক চঞ্চলতাৰ কাৰণে বিদ্যার্থীৰ ক্ষতি৷ চাকৰিৰ ক্ষেত্রত সহকর্মীৰ লগত মতান্তৰ দেখা দিব পাৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী আৰক্ষীৰ জালত দুটাকৈ গভাইত চোৰ ; মটৰ চাইকেল উদ্বাৰ
ইৰান-ইজৰাইলৰ সংঘৰ্ষৰ সময়ত আত্মগোপন ; যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত খামেনেই
৭৪% ভাৰতীয়‌ই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত সুখী
পাকিস্তানত ২৫ বছৰীয়া অভিযান সামৰিলে মাইক্ৰ'ছফটে
অগণন গুণমুগ্ধৰ উপস্থিতিত দালাই লামাৰ ৯০ সংখ্যক জন্মদিন উদযাপন
দুবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত চলি আছে পৰীক্ষা-নিৰীক্ষা
শ্রীভূমিত ছয় কোটি টকাৰ ড্ৰাগছ জব্দ! এয়াৰটেল কোম্পানীৰ অভিযন্তাসহ আটক ৩
এই ৩টা বস্তু মগজুৰ বাবে ছুপাৰফুড; দৈনিক খালে বৃদ্ধ বয়সলৈকে স্মৃতিশক্তি চোকা হৈ থাকিব
নগাঁৱৰ কেইবাখনো হোটেলত উদ্ধাৰ গো-মাংস
ঘৰত মাখিৰ উপদ্ৰৱ, এইসমূহ ঘৰুৱা উপায়েৰে দূৰ কৰক মাখিৰ সমস্যা
SAARCৰ বিকল্প গঠন কৰিব ৩ ৰাষ্ট্ৰই
ছয় কোটি টকাত নিলাম কবিগুৰু ৰবীন্দ্ৰনাথৰ পত্ৰ, ১.০৪ কোটি টকাত মূর্তি
পৰেশ ৰাৱাল ঘূৰি আহিল ‘হেৰা ফেৰি ৩’লৈ! উৎফুল্লিত দৰ্শক
মহাকাশত বৃদ্ধি পাব ভাৰতৰ সামৰিক শক্তি