--°C
Loading...
Listen to Article
2 min read
80%

 

১৯/১০/২০২৪ শনিবাৰ

 

মেষ ৰাশি– ভাল-বেয়াৰ মাজেৰে পাৰ হ'ব দিনটো। দাঁতৰ সমস্যা হোৱাৰ সম্ভাৱনা। সফলতা পাব কামত। এলাহ ত্যাগ কৰিলে ভাল। প্ৰেমত শান্তি।


বৃষ ৰাশি– চাকৰিত পদোন্নতি, ব্যৱসায়ত লাভ। কিন্তু স্বাস্থ্যৰ সমস্যা থাকিব। পাৰিবাৰিত দিশত শ্ৰী বৃদ্ধি। অবিবাহিতৰ বিবাহৰ সম্পূৰ্ণ যোগ।



মিথুন ৰাশি– কেৰিয়াৰ, আৰ্থিক লগতে পাৰিবাৰিক জীৱনত আশানুৰূপ ফল লাভৰ যোগ। বিবাহিত সকলৰ বাবে দিনটো সুখৰ। কিন্তু প্ৰেমৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিয়াৰ সম্ভৱনা।


কৰ্কট ৰাশি – এই ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোৰ আৰম্ভণি কিছু কষ্টকৰ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যা। যৌথ ব্যৱসায় কৰা সকল কিছু সাৱধান হোৱা প্ৰয়োজন।


 

সিংহ ৰাশি – পূৰ্বতে কৰা কামৰ ফল আজি লাভ কৰাৰ সম্ভাৱনা। আধৰুৱা কামে পূৰ্ণতা পাব। নতুন চাকৰি তথা কৰ্ম ক্ষেত্ৰত সফলতা। ধনৰ আগমন।


কন্যা ৰাশি– চাকৰি লাভৰ প্ৰৱল সম্ভাৱনা। ভাগ্যই সংগ দিব। ধনৰ আগমন। সঞ্চয়ৰ ক্ষেত্ৰতো শক্তিশালী হব। যাৰ পৰিণতিত ভৱিষ্যতেও ভাল ফল লাভ কৰিব।


তুলা ৰাশি – ভাতৃ ভগ্নীৰ বাবে স্বাস্থ্যৰ দিশত কিছু কষ্ট পাব। কিন্তু ধন লাভৰ সম্ভাৱনা। ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাৰ দিশত উন্নত ফল। প্ৰেমে মান্যতা লাভৰ প্ৰচুৰ সম্ভাৱনা।


বৃশ্চিক ৰাশি – প্ৰত্যাহ্বান পূৰ্ণ হ'ব আজিৰ দিনটো। আৰ্থিক সমস্যাই দেখা দিব পাৰে। বিবাহৰ দিশত সকৰাত্মক দিশ। কথা বতৰাত সংযত হোৱাটো খুৱেই প্ৰয়োজন।


ধনু ৰাশি– আৰ্থিক সমস্যা সমাধান হোৱাৰ সম্ভাৱনা। ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিয়লিবেলাৰ পিছৰ পৰা শুভ হব। বৈবাহিক জীৱন তথা প্ৰেমত সুখৰ দিশ।


মকৰ ৰাশি – আৰ্থিক দিশ আৰু শিক্ষাৰ ক্ষেত্ৰত ভাল ফলৰ সম্ভৱনা। সন্ধিয়ালৈ স্বাস্থ্য কিছু কষ্টদায়ক, সাৱধান হোৱা প্ৰয়োজন। পাৰিবাৰিক দিশ আৰু প্ৰেমত সফলতা।


কুম্ভ ৰাশি – এই ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো খুবেই ভাল। সকলো কামতে সফলতা প্ৰাপ্তিৰ প্ৰৱল সম্ভাৱনা। ধনৰ আগমন। প্ৰেমত সফল। আলহি আহিব পাৰে।


মীন ৰাশি– অৰ্থৰ আগমন। দূৰ যাত্ৰাৰ প্ৰৱল সম্ভাৱনা। অচিনাকি জনৰ পৰা সাৱধান।  সন্ধিয়ালৈ উন্নতি। বৈবাহিক জীৱনত সুখ। ছাত্ৰ-ছাত্ৰীৰ বাবেও ভাল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ