--°C
Loading...
Listen to Article
2 min read
80%

৩ কাতি , বৃহস্পতিবাৰ,ইং ২১ অক্টোবৰ ২০২১।

১. মেষ ৰাশি - মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সম্পদ বাঢ়িব। লগতে কৰ্মপৰিবৰ্ত হব পাৰে যদিও আজি আপুনি যান বাহনৰ পৰা সাৱধান হোৱাটো ভাল হব। বিত্তীয় লেন দেনৰ বাবে বহুত ভাল দিন। সন্ধিয়া সময়ত বন্ধুৰ লগত কটোৱা সময় বহুত ভাল হ'ব। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে।

২. বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব।কৰ্মক্ষেত্ৰ বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ কৰিব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

৩. মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সুখ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰ বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় মনোভাৱ বাঢ়িব, বন্ধু লাভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশি- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ কৰিব, মনত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।

৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদ ভাৱ বাঢ়িব, মনটো সামান্য চঞ্চল বা অস্থিৰ হব পাৰে যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰ শুভ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি- তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ নতুনত্ব আহিব পাৰে যদিও আজি আপুনি সজাগ নহলে প্ৰেম আৰু কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি- বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সাহস বাঢ়িব যদিও আজি আপুনি সজাগ নহলে সামান্য মানসিক উদ্বেগ ভাল বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি- ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, যদিও আজি আপুনি চোৰৰ পৰা সাৱধান হব লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব যদিও আজি আপুনি পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ হব।

১১. কুম্ভ ৰাশি- কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত সন্তানৰ সুখ বাঢ়িব।আৰ্থিক দিশত শুভ হব যদিও আজি আপুনি বিবাদৰ পৰা আতৰি থকাতোৱেই ভাল হব।

১২. মীন ৰাশি - মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমতণ সফল হব।প্ৰেম আৰু কৰ্মক্ষেত্ৰ শুভ হব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য বিদ্ৰোহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ