--°C
Loading...
Listen to Article
2 min read
80%

২০ পুহ, বুধবাৰ, ইং ৫ জানুৱাৰী

১. মেষ ৰাশি(অ,ল)- মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত আনৰ পৰা মৰম লাভ কৰিব। কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে আপোনাৰ কৰ্মস্থান পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি( উ,ব,ই)- বৃষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি( ক,ছ)- মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হ'ব ,কৰ্মক্ষত্ৰত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা য়ায।

৪. কৰ্কট ৰাশি( ড,হ)- কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে প্ৰেমত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশি(ম,ট)-সিংহ ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব যদিও আজি আপুনি সজাগ নহলে মনত বৃদ্ধি সামান্য বিদ্বেষ ভাৱ বাঢ়িব লগতে আজি আপোনাৰ মনত সামান্য ভয় ভাৱ বাঢ়িব লগতে আজি আপুনি পুলিচ প্ৰশাসনৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।

৬. কন্যা ৰাশি(প,ঠ)- কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা বাঢ়িব পাৰে লগতে স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।

৭. তুলা ৰাশি(ৰ,ত)- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, কৰ্মক্ষত্ৰত সন্মান বাঢ়িব, যদিও আজি আপোনাৰ সামান্য চকুৰ ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।

৮. বৃশ্চিক ৰাশি(ন,য)- বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ'ব যদিও আজি আপোনাৰ মনত সামান্য উদ্বেগ ভাৱ বাঢ়িব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।

৯. ধনু ৰাশি(ধ,ভ)- ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত স্বাস্থ্যৰ উন্নতি হ'ব, কৰ্মত সফললতা লাভ হ'ব যদিও আজিৰ দিনটোত সজাগ আৰু সচেতন হৈ চলাটো ভাল হ'ব।

১০.মকৰ ৰাশি(খ,জ)- মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হ'ব। কৰ্মত আত্মবিশ্বাস বাঢ়িব, আনৰ বিশ্বাসী হ'ব যদিও আজি আপোনাৰ শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,স)- কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত প্ৰেমত আনন্দ বাঢ়িব, আৰ্থিক দিশত শুভ হ'ব, সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য গুৰুত্ব হ্ৰাস হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি( দ,চ)- মীন ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব। কৰ্মত সফলতা লাভ কৰিব লগতে আজি আপোনাৰ কৰ্মক্ষত্ৰত জনপ্ৰিয়তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ