--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : এটা নতুন বৰ্ষত ভৰি দিলে পৃথিবীয়ে৷ মন কৰিব লগীয়া যে এই বছৰটো শনিবাৰৰ পৰা আৰম্ভ হৈছে। বৰ্ষটোৰ প্ৰথম দিনটো অৰ্থাৎ ১ জানুৱাৰী আছিল শনিবাৰ ৷ শনিবাৰ ৰ পৰা আৰম্ভ হোৱা বছৰটো শনি প্ৰভাৱ কেনে হ'ব? জ্যোতিষীসকলৰ গণনা অনুসৰি, এই নতুন বছৰত শনিদেৱৰ মিশ্ৰিত প্ৰভাৱ থাকিব।

শনিয়ে বছৰটোত সামগ্ৰিকভাৱে গভীৰ প্ৰভাৱ পেলাব। এই বছৰ মানুহে গভীৰ বিষয়ৰ ওপৰত আগ্ৰহী হ'ব। সস্তীয়া বস্তুবোৰ উপেক্ষা কৰি, মানুহে বিভিন্ন বিষয়ত গভীৰ আলোচনাত জড়িত হ'ব। মানুহৰ মাজত জ্ঞানৰ প্ৰতি আগ্ৰহ থাকিব। মানুহৰ মাজত ধাৰণা আৰু অনুভূতিৰ অভিব্যক্তিও থাকিব। শনিদেৱ ন্যায়ৰ দেৱতা। ইয়াৰ ফলস্বৰূপে, ন্যায়ৰ লাভালাভ এই বছৰ বিভিন্ন ধৰণে হ্ৰাস হোৱাৰ সম্ভাৱনা আছে।

শনিৰ প্ৰভাৱে মানুহৰ মাজত বুজাবুজি আৰু ধৈৰ্য্য দেখুৱাব। পাপ আৰু পুণ্যৰ বিষয়েও অৱগত হ'ব। বিভিন্ন ক্ষেত্ৰত নিজৰ অধিকাৰৰ বিষয়ে সজাগ হ'ব।

আনহাতে জ্যোতিষীসকলৰ মতে, এইবাৰ প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। অৱশ্যে অধিক ক্ষতি হোৱাৰ আশংকা কম। জ্যোতিষীৰ অনুমাণ অনুসৰি, এই বৰ্ষটো আগৰ বৰ্ষতকৈ যথেষ্ট উন্নত হোৱাৰ সম্ভাৱনা আছে৷ অৰ্থাৎ পৃথিবীৰ বাবে এই বৰ্ষটোৱে ভাল সময় কঢ়িয়াই লৈ আহিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ