--°C
Loading...
Listen to Article
2 min read
80%
২৪ জানুৱাৰী, ২০২২, সোমবাৰ মেষ: দিনটো শুভ। কোনো পৰিকল্পনা সফল হ'ব। বন্ধুৰ সৈতে সংযোগ। ভ্ৰমণত শুভ। বৃষঃ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ'ব। ঘৰলৈ আলহী আহিব। খৰচ বৃদ্ধি। দেহত সামান্য আঘাত পাব পাৰে। মিথুন: সাংসাৰিক জীৱনত শুভ। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত বাধা। কোনো খবৰত মন আনন্দিত হ'ব। কৰ্কট: শৰীৰ ভালে নাযাব। ঘৰুৱা অশান্তি। দিনটোৰ শেষলৈ কিবা ভাল খবৰ পাব পাৰে। আধ্যাত্মিক চিন্তাত মন দিয়ক। সিংহঃ মানসিক অশান্তি বৃদ্ধি পাব পাৰে। আৰ্থিক দিশটো ভাল। প্ৰেমিক-প্ৰেমিকাৰ শুভ। স্বাস্থ্যক মন দিয়ক। কন্যাঃ বিদ্যাৰ্থীৰ শুভ। পতি-পত্নীৰ মাজত মনোমালিন্য। সন্তানৰ শৰীৰক লৈ চিন্তা। যাত্ৰাত অশুভ। তুলা: আনৰ কৰ্মই মন আনন্দিত কৰিব। বহুদিনীয়া পৰিকল্পনা সফল হ'ব। পুৰণি বন্ধুৰ সৈতে সংযোগ। পেটৰ সমস্যা হ'ব পাৰে। বৃশ্চিক: খৰচ বৃদ্ধি। পৰিয়ালত সুসম্পৰ্ক বৰ্তি থাকিব। ঘৰলৈ কোনো আত্মীয়ৰ আগমন ঘটিব পাৰে। প্ৰেমত শুভ। ধনুঃ সামাজিক কামত ৰাপ বাঢ়িব। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ। শত্ৰু বঢ়াৰ সম্ভাৱনা। ভ্ৰমণত শুভ। মকৰঃ বেছি খৰচ কৰাৰ পৰা বিৰত থাকক, নহ'লে বিপদত পৰিব পাৰে। শৰীৰ ভালে যাব। কিবা কথাত মন বেয়া হব পাৰে।পৰিয়ালত আনন্দ বৃদ্ধি। কুম্ভ: ভ্ৰমণ কৰোতে সাৱধান। সকলোৰে লগত সম্পৰ্ক ভালে থাকিব। কথা কওতে সাৱধান হওক। বিদ্যাৰ্থীয়ে পঢ়াত মন দিয়ক। মীনঃ দিনটো শুভ। সুমিষ্ট ভোজনৰ যোগ। মনৰ আশা পূৰণ। শৰীৰ উন্নত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ