--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৈদিক জ্যোতিষৰ মতে মংগল গ্ৰহ সংক্ৰমণ হৈ মকৰ ৰাশিত প্ৰৱেশ কৰিছে। ইয়াৰ বাবেই গঢ় লৈ উঠিছে এক অনন্য ৰাজযোগ। ৩ ৰাশিৰ লোকৰ বাবে ৰুচক ৰাজযোগ অতি শুভ হ'বলৈ গৈ আছে।

১৫ মাহৰ পিছত মকৰ ৰাশিত প্ৰৱেশ

মংগল গ্ৰহ ১৫ মাহৰ অন্তত মকৰ ৰাশিত প্ৰৱেশ কৰিছে। ইয়াৰ বাবেই আকৰ্ষণীয় ৰাজযোগৰ সৃষ্টি হৈছে। জ্যোতিষত ৰুচক ৰাজ্যযোগ অতি শুভ বুলি গণ্য কৰা হয়। ১৫ মাৰ্চলৈকে মংগল গ্ৰহ মকৰ ৰাশিত থাকিব আৰু ইয়াৰ প্ৰভাৱ সকলো ৰাশিৰ ওপৰত পৰিব।

৩ ৰাশিৰ লোকৰ জিলিকিব ভাগ্য

মংগল গ্ৰহৰ ট্ৰেনজিটৰ ফলত গঠিত ৰুচক ৰাজযোগ ৩ ৰাশিৰ লোকৰ বাবে অতি শুভ। ৰুচক ৰাজ্যযোগে এইসকল লোকক ধন-সম্পত্তিৰ ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদান কৰিব। কেৰিয়াৰত অগ্ৰগতিও দিব পাৰে।

১) মেষ ৰাশিঃ আপোনাৰ সাহস আৰু শক্তি বাঢ়িব। আত্মবিশ্বাস বৃদ্ধিয়ে কঠিন কামবোৰো সম্পূৰ্ণ কৰাত সহায় কৰিব। আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু ফলাফলো পাব। আপোনাৰ জীৱনসংগীৰ জীৱনতো অগ্ৰগতি হ’ব। বিবাহিত জীৱনত সুখ থাকিব।

২) বৃষ ৰাশিঃ ৰুচক ৰাজযোগে বৃষ ৰাশিৰ লোকৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব। কৰ্মৰ বাবে যাত্ৰা কৰিব। লাভৱান হ’ব। অভিভাৱকৰ স্বাস্থ্য ভাল হ’ব। ঘৰতে এটা শুভ কাৰ্যসূচী হ’ব পাৰে। বাকী থকা কাম সম্পূৰ্ণ হ’ব।

৩) ধনু ৰাশিঃ ধন আৰু বাক্যৰ জৰিয়তে ধনু ৰাশিৰ লোকক উপকাৰ দিব ৰুচক ৰাজযোগে। আচৰিত ধৰণৰ আত্মবিশ্বাস এই লোকসকলৰ মাজত দেখা যাব। সম্পতি ক্ৰয়-বিক্ৰয়ৰ বাবে সময় ভাল। ব্যক্তিগত জীৱন আৰু পেছাদাৰী জীৱন দুয়োটাৰে বাবে সময় ইতিবাচক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ