--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজিকালি বছৰৰ যিকোনো সময়তে বজাৰত জেলেপি পোৱা যায় যদিও দুৰ্গা পূজা চাবলৈ গ’লে জেলেপি নাখালে উৎসৱৰ মাদকতাই নালাগে। আনকি বজাৰত বহু ধৰণৰ মিঠাই উপলব্ধ থাকে যদিও দুৰ্গা পূজাৰ সময়ত জেলেপিৰ স্থান সুকীয়া বুলিব পাৰি। কিন্তু আপুনি জানেনে এইবিধ সুস্বাদু মিঠাই জেলেপিৰ উৎপত্তি ক'ত হৈছিল? জেলেপিয়ে দশম শতিকাত ইৰানত জন্মলাভ কৰিছিল আৰু পাৰস্যত তেতিয়া জেলেপিক জুলবিয়া বোলা হৈছিল। ৰমজান মাহত ইফতাৰৰ সময়ত ৰাইজৰ মাজত জুলবিযা বিতৰণৰ উল্লেখ সেই সময়তে বিভিন্ন গ্ৰন্থত পোৱা যায়।

তুৰ্কী আৰু পাৰস্যৰ সদাগৰ, শিল্পী আৰু ধৰ্ম প্ৰচাৰকসকলৰ মাজত জেলেপিয়ে জনপ্ৰিয়তা লাভ কৰিছিল। ইতিহাস অনুসৰি ১৫ শতিকাত এইবিধ মিঠায়ে ভাৰতবৰ্ষতো সমানেই জনপ্ৰিয়তা লাভ কৰিছিল। উত্তৰ ভাৰতত এইবিধ মিঠাইৰ প্ৰচলন অধিক হোৱা দেখা য়ায়। 

আজিও সমগ্ৰ ভাৰতত জেলেপিৰ সমাদৰ অধিক বুলিব পাৰি। ঠাই ভেদে ৰন্ধনত কিছু পৃথকতা থাকিলেও মূল প্ৰকৰণত বিশেষ পাৰ্থক্য নাথাকে। ক’ৰবাত যদি তেলত ভাজে; ক’ৰবাত ঘিউত ভাজে; ঠাই ভেদে চেনি পানী বা মৌ জোলত ডুবাই জেলেপি প্ৰস্তুত কৰা হয় জেলেপি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?