--°C
Loading...
Listen to Article
2 min read
80%

০৯/১০/২০২৪.,বুধবাৰ


মেষ : প্ৰতিশ্ৰুতি আৰু কৰ্তব্য পূৰণৰ দিন, প্ৰয়োজনত আনন্দ পৰিহাৰ কৰিব লাগিব।


বৃষ : আলস্যক প্ৰশ্ৰয় নিদিব, সকলোৰে সৈতে মিলি–জুলি চলিলে দিনটো ভালদৰে পাৰ হ’ব।


মিথুন : যোগাযোগ ক্ষমতাত ভিত্তি কৰি ভৱিষ্যতৰ কৰ্মক্ষেত্ৰ তৈয়াৰ হ’ব – তাৰ প্ৰতি লক্ষ্য ৰখা উচিত।


কৰ্কট : আবেগপ্ৰৱণতাক নিয়ন্ত্ৰণত ৰাখিব লাগিব, পোনপটীয়া প্ৰকৃতিয়ে জয়ী হ’ব।


সিংহ :অতীত অভিজ্ঞতাৰ পৰা শিক্ষা লাভৰ দিন, সততাই এতিয়া উন্নতিৰ একমাত্ৰ চাবিকাঠি।


কন্যা : আনৰ সমালোচনা নকৰি নিজৰ আচৰণক লৈ এবাৰ ভৱা উচিত।


তুলা : পূৰ্বনিৰ্ধাৰিত পৰিকল্পনাত বাধা আহিব পাৰে, বিকল্প সমাধান ভাবি ৰখা দৰকাৰ।


বৃশ্চিক : কাম পাহৰিলে নচলিব, লগতে নিজৰ বাবেও কিছু সময় উলিয়াব লাগিব।


ধনু : কাষৰ মানুহৰ সহায় লাভ কৰিব, সততা আৰু পৰিশ্ৰমৰ ফলত সকলো বাধা দূৰ হ’ব।


মকৰ : শান্ত, নিৰিবিলি দিন পাৰ হ’লেও কিছু ব্যক্তিগত সমস্যাই বিব্ৰত কৰি তুলিব পাৰে।


কুম্ভ : শুভাকাংক্ষীৰ পৰামৰ্শ মানি চলক, বাকী কথাত কাণ নিদিলেও চলিব।


মীন : অনেক নতুন সুযোগ আহিব, তাৰ মাজৰ পৰা শ্ৰেষ্ঠটো বাচি ল’ব লাগিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?