--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্যই প্ৰায় ২,৫০০ বছৰৰ পূৰ্বেই মানুহৰ উপকাৰত অহাকৈ নানা পৰামৰ্শ দি গৈছে।  দৰাচলত প্ৰায়ভাগ মানুহৰ মনৰ ভিতৰত অনবৰতে অধিক ধন আহৰণ কৰাৰ বাসনাই ক্ৰিয়া কৰি থাকে। সেই বাবেই বহু মানুহে নাখাই হ'লেও ধন সঞ্চয় কৰে। ধন সঞ্চয় কৰিলেও পিছে তেনে বহু লোকে ধন দান কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে।

 কিন্তু সেই ধন এদিন তেনে লোকৰ বাবে অর্থহীন হৈ পৰে। চকুত লগোৱা কাজল একে সময়তে বেছিকৈ লগোৱা নহয়। চকুত অলপ অলপকৈ কাজল সদায় লগোৱাৰ ফলত এদিন কাজল শেষ হৈ যায়। উই পোকে মাটিত এদিনতে উই হাফলু সৃষ্টি নকৰে। লাহে লাহে উই পোকে মাটিত বৃহৎ উই হাফলুৰ সৃষ্টি কৰে আৰু তাৰ মাজতেই আবদ্ধ হৈ বাহিৰলৈ ওলাব নোৱাৰা হৈ পৰে। 

সেয়ে উই পোকে উই হাফলু সৃষ্টি কৰা কাৰ্যও এক বৃথা কাৰ্যৰ বাদে আন একো নহয়। চাণক্যই এই শ্লোকৰ জৰিয়তে সেয়ে উই হাফলু আৰু কাজলৰ অৱস্থা প্ৰত্যক্ষ কৰি মানুহৰ সঞ্চিত ধন কিছু পৰিমাণে হ'লেও দান- ধ্যানত ব্যয় কৰিবলৈ কৈছে। লগতে চাণক্যই তেওঁৰ  শ্লোকৰ জৰিয়তে আঠুৱা চাই ঠেং মেলাৰ কথাও কৈছে।  আঠুৱা চাই ঠেং মেলা বুলি আমাৰ মাজত এষাৰি প্ৰবচন প্ৰচলন কৈছে। অর্থাৎ মানুহে সদায় উপাৰ্জনৰ সৈতে সংগতি ৰাখি খৰচ কৰিব লাগে। এক টকা উপার্জন কৰি দহ টকা খৰচ কৰা মানুহজন এটা সময়ত বিপদত পৰিবই। 

ধনৰ বলত একাধিক নাৰীৰ সৈতে অবৈধ সম্পর্ক ৰক্ষা কৰা লোক এজন মানসিকভাবে বিষাক্ত হৈ পৰাৰ লগতে নানান ৰোগতো আক্ৰান্ত হোৱাৰ ভয় থাকে বুলি চাণক্যই কৈছে। সেয়ে তেওঁ সৎ কামত ধন ব্যয় কৰাৰ লগতে সাধ্যনুসৰি দান কৰাৰ কথাও কৈ গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ