--°C
Loading...
Listen to Article
2 min read
80%


০৪/০৮/২০২৪, দেওবাৰ

মেষ ৰাশি:  সন্তানৰ শিক্ষা বা কোনো প্ৰতিযোগিতাত সফলতাৰ খবৰ লাভ কৰাৰ ফলত মন প্ৰফুল্লিত হ’ব। সন্ধিয়া কোনো ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। নিশাৰ ভাগত মাংগলিক কামত অংশগ্ৰহণৰ সৌভাগ্য হ’ব। 


বৃষ ৰাশি: শিক্ষা আৰু প্ৰতিযোগিতাত বিশেষ সফলতা লাভ কৰিব। হঠাতে  অত্যধিক চকুৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। শত্ৰু পৰাস্ত হ’ব। আজি আপোনাৰ আধৰুৱা হৈ থকা কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰক। 

মিথুন ৰাশি :আজি আপোনাৰ আশেপাশে আনন্দৰ পৰিৱেশ থাকিব। পৰিয়ালৰ সকলো সদস্যৰ সুখ বৃদ্ধি হ’ব। বহুদিনৰ পৰা চলি অহা লেনদেনৰ কোনো ডাঙৰ সমস্যা সমাধান হ’ব পাৰে। আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়াটো প্ৰয়োজন। কোনো ৰোগে বিপৰ্যস্ত কৰিব পাৰে।   

কৰ্কট ৰাশি:  খৰচ বৃদ্ধি হ’ব।  আজি মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। কামত সফলতা লাভ কৰিব। আপোনাৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰক। বাহিৰা বস্ত খোৱাৰ পৰা বিৰত থাকক।

সিংহ ৰাশি:   দিনটো কাম-কাজৰ চিন্তাত পাৰ হ’ব। দাম্পত্য জীৱনত বহুদিনৰ পৰা চলি অহা বাধা সমাপ্ত হ’ব। আজি কাৰো লগত লেনদেন নকৰিব, সম্পৰ্ক নষ্ট হ’ব পাৰে। ধৰ্মীয় ক্ষেত্ৰলৈ যাত্ৰা আৰু ধৰ্মীয় কামত খৰচ হ’ব পাৰে।

কন্যা ৰাশি:  আপোনাৰ হাতলৈ পৰ্যাপ্ত ধন আহিব। সকলো কথাতে মনত সন্তুষ্টি লাভ কৰিব। ভ্ৰমণ হ’ব পাৰে।  আজি আপোনাৰ বাবে শান্তিৰ পৰিৱেশ থাকিব। যাত্ৰা কৰাৰ সময়ত সাৱধান হওক।


তুলা ৰাশি : আজিৰ দিনটো সন্তোষ আৰু শান্তিৰ হ’ব। ৰাজনৈতিক ক্ষেত্ৰত কৰা প্ৰয়াস সফল হ’ব। নিশা অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ’ব লগা হ’ব পাৰে। সন্তানৰ ফালৰ পৰা কিছু সকাহ পাব। 


বৃশ্চিক ৰাশি :  কম সময়ত অধিক কাম কৰাত সফল হ’ব কিয়নো এই সময়ত আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। আজি কোনো দামী বস্তু হেৰুওৱা বা চুৰি হোৱাৰ আশংকা আছে আপোনাৰ। সেইবাবে সতৰ্ক হওক। কৰ্মস্থলীত মান-সন্মান বৃদ্ধি পাব।

ধনু ৰাশি : দিনটো কাম-কাজৰ চিন্তাত পাৰ হ’ব। দাম্পত্য জীৱনত বহুদিনৰ পৰা চলি অহা বাধা সমাপ্ত হ’ব। আজি কাৰো লগত লেনদেন নকৰিব, সম্পৰ্ক নষ্ট হ’ব পাৰে। ধৰ্মীয় ক্ষেত্ৰলৈ যাত্ৰা আৰু ধৰ্মীয় কামত খৰচ হ’ব পাৰে।

মকৰ ৰাশি : আজি ঘৰুৱা জীৱনক লৈ মন চিন্তিত হ'ব। আজি কৰ্ম জীৱনত সমস্যাৰ সন্মুখীন হ’ব। কোনো প্ৰয়োজনীয় সামগ্ৰী কিনা হ’ব।  চোৰৰ পৰা সাৱধান। সন্তানৰ শুভ।  

 
কুম্ভ ৰাশি :  অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ হ’ব আৰু গুৰুত্বপূৰ্ণ আলোচনা হ’ব। নিযুক্তি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চলি থকা প্ৰচেষ্টাত অকল্পনীয় সফলতা অৰ্জন কৰিব। আপুনি সন্তানৰ ফালৰ পৰা সন্তোষজনক আৰু ভাল খবৰ পাব। বিয়লি আইনী বিবাদ বা মোকৰ্দমাত বিজয় আপোনাৰ বাবে সুখৰ কাৰণ হ’ব পাৰে। 

মীন ৰাশি : আজি আপুনি পাৰিবাৰিক আৰু আৰ্থিক ক্ষেত্ৰত সফলতা লাভ কৰিব। জীৱিকাৰ ক্ষেত্ৰত চলি থকা নতুন প্ৰচেষ্টা ফলপ্ৰসূ হ’ব। অধীনস্থ কৰ্মচাৰীৰ পৰা পৰ্যাপ্ত সন্মান আৰু সমৰ্থন পাব। সন্ধিয়া কোনো কাজিয়া বা বিবাদত জড়িত নহ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা পৰি শুকাই গৈছে বিঘাই বিঘাই ধান খেতি, নলবাৰীত কৃষক ৰাইজৰ হাহাকাৰ
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
শিৱসাগৰত কালীপূজাৰ থলীত জুবিনদাৰ ছবি সম্বলিত স্কুল বেগ বিতৰণ চাফাই কৰ্মীৰ
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী