--°C
Loading...
Listen to Article
2 min read
80%


১৮/০৭/২০২৪, বৃহস্পতিবাৰ

১. মেষ ৰাশি (অ,ল) : -  মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ  আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি কৰ্মত সকলো দিশতে জয় লাভ হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
 
৩. মিথুন ৰাশি (ক,ছ):-  মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত  ৰোগ আৰোগ্য হ'ব। আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য সমস্যাৰ উদ্ভৱ হ'ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি (ড,হ) : - কৰ্কট ৰাশিৰ  জাতক-জাতিকাসকলৰ আজিৰ আৰ্থিক দিশটো টনকিয়াল হ'ব,আজি আপোনাৰ সঞ্চয় বাঢ়িব,কৰ্মত ভাল পৰিবেশন লাভ কৰিব, যদিও আজি আপুনি আনৰ নিন্দনীয় হ'ব পৰা কৰ্মৰ আতৰি থাকিবলৈ চেষ্টা কৰিব।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপোনাৰ মনত সামান্য অযথা চিন্তাৰ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সাৱধান হ'ব, লগতে আজি সৰু-সুৰা কথাই আপোনাৰ মনত সামান্য অশান্তিৰ ভাৱ সৃষ্টি কৰাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ  আজিৰ দিনটোত মনত শুভ বুদ্ধিৰ উদয় হ'ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আয় বাঢ়িব , আন ব্যক্তিৰ সহায় সহযোগিতাৰ মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হ'ব, যদিও আজি আপুনি চিকিৎসাৰ ক্ষেত্ৰত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।

৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় আৰু উদ্বেগ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশি  জাতক-জাতিকাসকলৰ আজিৰ দিনটোত  শিল্পী সকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব যদিও আজি আপোনাৰ ক্ষতি হ'ব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপুনি সজাগ নহ'লে সিদ্ধান্ত গ্ৰহণ কৰোতে সামান্য খেলিমেলি হোৱাৰ যোগ দেখা যায়। 

১১. কুম্ভ ৰাশি (গ,শ,স): - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ'ব, কৰ্মত সন্মান লাভ কৰিব, সঞ্চয় বাঢ়িব, যদিও আজি আপোনাৰ দেহ-মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত অধিক দ্বায়িত্ব লাভ কৰিব,  কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব,  লগতে আজি ছাত্ৰ- ছাত্ৰী সকলৰ মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ