--°C
Loading...
Listen to Article
2 min read
80%

৫কাতি, শনিবাৰ, ইং ২৩ অক্টোবৰ, ২০২১
মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত উত্তম বস্ত্ৰ লাভ কৰিব পাৰে, লগতে মনৰ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন-সন্মান লাভ হ’ব, কৰ্মত সফল হ’ব, লগতে ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ আত্মবিশ্বাস বাঢ়িব, মনৰ আশা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰ সামান্য বাধা সৃষ্টি হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি : কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হ’ব, কৰ্মত বুদ্ধি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য হ’ব পাৰে লগতে ঘৰুৱা দিশত সামান্য অশান্তি ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত জ্ঞান বাঢ়িব, ধন-সন্মান লাভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সফল হ’ব, মনৰ চিন্তাধাৰা উন্নত হ’ব যদিও আজি আপুনি সজাগ নহ’লে ব্যৱসায়িক দিশত সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি : ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মক্ষেত্ৰ শুভ হ’ব, কৰ্মক্ষেত্ৰ সামান্য পৰিশ্ৰম বাঢ়িব পাৰে লগতে সজাগ নহ’লে সামান্য বেয়া সংবাদ পোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, সম্পত্তি লাভ হ’ব, লগতে সু-সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত মনৰ চিন্তা দূৰ হ’ব, লগতে কৰ্মক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব পাৰে, শুভ সংবাদ লাভ হ’ব, লগতে উকীলসকলৰ কৰ্মক্ষেত্ৰ শুভ হোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ