--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু পৰিয়ালত স্বামী-স্ত্ৰীৰ মাজত কাজিয়া লগাটো এক সাধাৰণ কথা। কিন্তু কথাই প্ৰতি  কাজিয়া লাগিলে নিঃসন্দেহে ঘৰৰ পৰিবেশ  বিনষ্ট হৈ পৰিব।    বহুসময়ত কোনো কাৰণ নোহোৱাকৈয়ে বা সাধাৰণ কথাতে  স্বামী-স্ত্ৰীৰ মাজত  সমস্যাৰ সৃষ্টি হয়। বিশেষজ্ঞসকলে কৈছে যে ইয়াৰ আঁৰত কিছুমান গোপন কাৰণ থাকে  । মূলতঃ, ইয়াৰ কাৰণ হৈছে কামৰ চাপ। বহুসময়ত এনে অত্যাধিক উত্তেজনা-হতাশা আদিৰ  বাবেও হ'ব পাৰে। আপুনি এনে পৰিস্থিতি কেনেদৰে মোকাবিলা কৰিব? জানো আহক কেইটামান কিটিপ-

১) একঘেয়ামী ৰুটিনৰ পৰা নিজকে আঁতৰাই আনক । আপোনাৰ জীৱনলৈ  মধুৰতা আৰু সক্ৰিয়তা ঘূৰাই আনিবলৈ চেষ্টা কৰক। যদি আপুনি পাৰে, কৰবালৈ ফুৰিবলৈ যাওক।ভ্ৰমণে  মন  প্ৰফুল্লিত কৰি তোলে। ভ্ৰমণে স্বামী-স্ত্ৰীৰ মাজত বুজা-বুজিৰ মনোভাবো বৃদ্ধি কৰে।

২) যদি কিবা এটা বিষয়ত মতভেদ হয় । এজনে  অন্ততঃ চুপ  হৈ থাকক। প্ৰয়োজন হ'লে বিতৰ্ক পৰিহাৰ কৰিব।

৩) মুকলিকৈ কথা পাতক, কাণ খোলা  ৰাখি শুনক। ঘটনাৰ বিষয়ে  আগতীয়াকৈ অনুমান নকৰিব। সহনশীলতাৰে স্বামী-স্ত্ৰীয়ে ইজনে-সিজনৰ কথা শুনিলে  বহু সমস্যাৰ সমাধান কৰিব পাৰি।  

৪) তৃতীয় ব্যক্তি এজনক আপোনালোকৰ কাজিয়াৰ মাজলৈ   আহিবলৈ নিদিব। আপোনাৰ নিজৰ সমস্যা নিজেই সমাধান কৰক।

৫ )  স্বামী-স্ত্ৰীয়ে এনে কাম কৰক যাতে উভয়ে উভয়ৰ কামক ভাল পাবলৈ ধৰে। প্তনীয়ে বেয়া পোৱা কাম পতিয়ে নকৰিলে ঘৰত শান্তি বাহাল থাকিব।

৬) স্বামী-স্ত্ৰী উভয়ে ইজনে সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিক। কেতিয়াও স্বামী-স্ত্ৰীয়ে ইজনে সিজনক উপলুঙা কৰা কথা নক'লে  শান্তি বাহাল থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ