--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • লক্ষ্য ৰৈচন্দানীৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ বলত অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। খিতাপ দখলৰ এই অন্তিম যুঁজখনত ভাৰতৰ প্ৰতিদ্বন্দী হ'ব চিৰবৈৰী পাকিস্তান।

লক্ষ্য ৰৈচন্দানীৰ অনবদ্য খেলেৰে অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ ফাইনেললৈ উন্নীত হৈছে ভাৰতীয় দলটো। প্ৰতিযোগিতাখনৰ নিৰ্ণায়ক পৰ্যায়ত যুৱ ক্ৰিকেটাৰগৰাকীয়ে দেখুওৱা আক্ৰমণাত্মক আৰু দায়িত্বশীল প্ৰদৰশনে দলটোক খিতাপী যুঁজখনলৈ কঢ়িয়াই লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এই সফল যাত্ৰাৰ অন্তত এতিয়া সমগ্ৰ ক্ৰিকেট প্ৰেমীৰ দৃষ্টি নিবদ্ধ হৈছে ফাইনেল মেচখনৰ ওপৰত। এছিয়া কাপৰ এই অন্তিমখন গুৰুত্বপূৰ্ণ খেলত ভাৰতে পাকিস্তানৰ মুখামুখি হ'ব। পৰম্পৰাগত প্ৰতিদ্বন্দী দুয়োটা দলৰ মাজৰ এই হাই-ভল্টেজ ফাইনেল মেচখনে ক্ৰিকেট মহলত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে।

দলটোৰ এই ধাৰাবাহিক প্ৰদৰশনে সমৰ্থকসকলৰ মাজতো আশাৰ সঞ্চাৰ কৰিছে। এতিয়া কেৱল ফাইনেল মেচখনত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰি খিতাপ দখল কৰাৰ লক্ষ্যৰে ক্ৰীয়াংগনত নামিব ভাৰতীয় যুৱ দলটো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
IPLৰ দল বৃদ্ধি নহয়; স্পষ্ট কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই
বিশ্বৰ কোটি কোটি কেঞ্চাৰ ৰোগীলৈ আশাৰ বতৰা; ১০ বছৰৰ ভিতৰত নির্মূল হ’ব কেঞ্চাৰ
পৰম্পৰাগত হালধিযুক্ত গাখীৰৰ স্বাস্থ্যসন্মত উপকাৰিতা
বাংলাদেশত দুই সহস্রাধিক শিক্ষক-শিক্ষাৰ্থীক ৰাজনৈতিক নির্যাতন; ফ্রান্সস্থিত মানৱ অধিকাৰ সংস্থাৰ প্ৰতিবেদনৰ তথ্য
ককাকৰ সম্পত্তিত নাতিৰ কোনো জন্মগত অধিকাৰ নাথাকে; উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
খুচুৰা মুদ্ৰাৰ চমক! ৫ বছৰৰ সঞ্চয়েৰে স্কুটি ক্ৰয় চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহৰ