--°C
Loading...
Listen to Article
2 min read
80%

১৪ পুহ, বৃহস্পতিবাৰ, ইং ৩০ ডিচেম্বৰ।

১. মেষ ৰাশি (অ,ল) : মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন লাভ হ'ব, সন্মান লাভ হ'ব, লগতে আজি আপোনাৰ কৰ্মত দ্বায়িত্ব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি( উ,ব,ই) : বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হ'ব, কৰ্ম ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি কৰ্মক্ষত্ৰত সাৱধান হোৱে ভাল হ'ব।

৩. মিথুন ৰাশি ( ক,ছ) : মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা বাঢ়িব পাৰে, সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনত সামান্য খং আৰু অভিমান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি( ড,হ) : কৰ্কট ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত শুভ হ'ব, শিক্ষক সকলৰ শুভ হ'ব , প্ৰেমত শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে দেহত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) : সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত সফল হ'ব, কৰ্মত জনপ্ৰিয়তা বাঢ়িব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।

৬. কন্যা ৰাশি (প,ঠ) : কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, যদিও আজি আপোনাৰ মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): তুলাৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব যদিও ৷ আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য জটিলতা বাঢ়িব, লগতে তুলাৰ দেহ মনত সামান্য আঘাট পোৱাৰ যোগ দেখা যায় ।

৮. বৃশ্চিক ৰাশি (ন,য): বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ হ'ব, কৰ্মত আনৰ পৰা প্ৰসংসা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে আনৰ পৰা প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায় ।

৯. ধনু ৰাশি (ধ,ভ): ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আপুনি যশস্যা লাভ কৰিব, কৰ্মত যোগাযোগ কৰাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয় পৰিয়াল বা বন্ধুৰ আগমন হ'ব, লগতে আজি আপোনাৰ জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম চেনেহ লাভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি( দ,চ) : মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত উন্নতি হ'ব, যদিও আজি আপুনি সজাগ নহ'লে আপোনাৰ মনৰ চিন্তা ধাৰাত সামান্য খেলিমেলি হ'ব পাৰে লগতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ