--°C
Loading...
Listen to Article
2 min read
80%

১৩ পুহ, বুধবাৰ, ইং ২৯ ডিচেম্বৰ, ২০২১


মেষ ৰাশি -  মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব৷ মনত ভাবি থকা কথাবোৰ আজি প্ৰকাশ কৰিবলৈ সুযোগ লাভ কৰিব৷ মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ৷


বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ৷ আয় বৃদ্ধি৷ মনত সামান্য ভয় ভাৱ বৃদ্ধিৰ যোগ। 


মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব৷ সামাজিক কৰ্মত সফলতা লাভ৷ খেতিয়কসকলৰ শুভ।   


কৰ্কট ৰাশি- কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য জতিলতা বাঢ়িব৷ সামান্য ব্যয় বাঢ়িব পাৰে৷ প্ৰেম প্ৰণয়ত সজাগ হোৱাটো ভাল।


সিংহ ৰাশিৰ- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য খং আৰু অভিমান ভাব বাঢ়িব পাৰে৷ কৰ্মক্ষত্ৰত সাহস বৃদ্ধিৰ যোগ দেখা যায়।


কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব৷ কৰ্মক্ষত্ৰত বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ কৰিব৷ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱা ভাল।

তুলা ৰাশি - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ সজাগ নহলে দেহ মনত সামান্য ক্লান্তি ভাৱ বৃদ্ধিৰ যোগ।  


বৃশ্চিক ৰাশি  - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু লাভ৷ ভাতৃসম ব্যক্তিৰ পৰা সহায়-সহযোগিতা লাভ৷ মনত সামান্য অভিমান ভাব বৃদ্ধিৰ যোগ। 


ধনু ৰাশি - ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সৃষ্টিশীল কৰ্মত আত্মনিয়োগ কৰিবলৈ সুযোগ লাভ কৰিব৷ কৰ্মক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হব পাৰে৷ সামান্য চিন্তা বৃদ্ধি পোৱাৰ যোগ।


মকৰ ৰাশি - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ সুখ বাঢ়িব৷  সজাগ নহলে মনত সামান্য হতাশাৰ ভাব আহিব পাৰে।


কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত কৰ্মত যশস্যা বাঢ়িব৷ জ্যেষ্ঠ ব্যক্তিৰ পৰা মৰম চেনেহ লাভ কৰিব৷ মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ।


মীন ৰাশি-মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব৷ সামান্য ব্যয় বাঢ়িব, লগতে কৰ্মক্ষেত্ৰত সজাগ নহলে সামান্য বুদ্ধি হ্ৰাস হোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ