--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমান মানুহে মূৰত টাৱেল দি গৰম পানীৰ ভাপ লয়। এয়া ছালৰ বাবে বৰ উপকাৰী। ছালৰ লগত জড়িত কিছুমান গোপন কথা আছে যিবোৰ কথা কিছুমানে জানে আৰু কিছুমানে নাজানে। গৰম ভাপ ললে ছালখন সতেজ হয় আৰু জিলিকি উঠে।

মুখত গৰম ভাপ লোৱাৰ উপকাৰিতা 

১) ছালখন যৌৱনপুষ্ট হ’বঃ গৰম ভাপ গ্ৰহণ কৰিলে মুখমণ্ডলত কলাজেন আৰু ইলাষ্টিনৰ উৎপাদন বৃদ্ধি পায়, যাৰ ফলত আমাৰ মুখখন যৌৱনপুষ্ট আৰু উজ্জ্বল যেন লাগে। সাধাৰণতে ছালৰ যত্ন বিশেষজ্ঞসকলে সপ্তাহত তিনিবাৰকৈ ভাপ ল’বলৈ পৰামৰ্শ দিয়ে।

২) ছালৰ সজীৱতাঃ  কেতিয়াবা পানীৰ অভাৱত আমাৰ মুখৰ ছালখন শুকান হ’বলৈ ধৰে। ছালৰ সজীৱতা বৃদ্ধি কৰিবলৈ আপুনি ফেচ ষ্টিমিং বা মুখত গৰম ভাপ দিব লাগে যাতে মুখৰ হাইড্ৰেচন অক্ষত থাকে, এনে কৰিলে আপোনাৰ মুখখন জিলিকি উঠিব।

৩) তেজৰ সঞ্চালনঃ আপুনি আপোনাৰ ছালখন যিমানেই যত্ন নলওক কিয়, কিন্তু কেতিয়াবা এনেকুৱাও হয় যে ইয়াক নিস্তেজ আৰু শুকান দেখা যায়, এনে অৱস্থাত মুখত গৰম ভাপ দিয়ক, ই ছালখনৰ তেজৰ সঞ্চালন উন্নত কৰি তুলিব।

৪) পৰিষ্কাৰঃ যিসকলে নিয়মিতভাৱে মুখত গৰম ভাপ লয় তেওঁলোকৰ ছালৰ ছিদ্ৰবোৰ খোল খায়, যিয়ে মলি আৰু মৃত ছালবোৰ আঁতৰায়। ই মুখখন পৰিষ্কাৰ কৰাত সহায় কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ