--°C
Loading...
Listen to Article
2 min read
80%

গোলাঘাট : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাত্ৰ ৪দিন বাকী থকা অৱস্থাত বিভিন্ন প্ৰান্তত নিৰ্বাচনী হিংসাই ভয়ংকৰ ৰূপ লৈছে৷ গোলাঘাটৰ খুমটাই সমষ্টিৰ অন্তৰ্গত হাতীয়েখোৱাত নিৰ্বাচনী হিংসাত কংগ্ৰেছ কৰ্মী গুৰুতৰভাৱে আহত হয়৷

আৰু পঢ়িব পাৰিব : ‘কা’ বলবৎ হ’বই ! বিজেপিৰ ১০টা বিশেষ সংকল্প প্ৰকাশ জে পি নড্ডাৰ

জানিব পৰা মতে কংগ্ৰেছৰ দক্ষিণ গুৰুযোগোনীয়া মণ্ডলৰ সভাপতি ৰণ্টু দত্তক বিজেপি কৰ্মীৰ দ্বাৰা প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচনী প্ৰচাৰ চলাই ঘৰলৈ গৈ থকা অৱস্থাত ১৫- ১৬জনীয়া যুৱকৰ দলে ৰডেৰে প্ৰহাৰ কৰে ৰণ্টু দত্তক। যুৱকৰ দলটোৱে প্ৰহাৰ কৰিয়ে সেই স্থানৰ পৰা পলায়ন কৰে।

আৰু পঢ়িব পাৰিব : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি : দাৰ ঘাপত আহত দুজন

আঘাতপ্ৰাপ্ত ৰণ্টু দত্তক গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। খুমটাই সমষ্টিটোত কংগ্ৰেছ কৰ্মীক বাৰে বাৰে আক্ৰমণ কৰাক লৈ বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিস্মিতা গগৈয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক