--°C
Loading...
Listen to Article
2 min read
80%

শনিবাৰ, ২৫ ডিচেম্বৰ, ২০২১

মেষ ৰাশি - এই ৰাশিৰ জাতক-জাতিকাৰ এক আত্মবিশ্বাসৰ দিন হ’ব। আজি আপুনি ব্যৱসায়ৰ সন্দৰ্ভত ভ্ৰমণ কৰিব লাগিব পাৰে৷ আপুনি আজি ব্যৱসায়ত লাভ কৰি সুখী হ’ব। আজি আপোনাৰ এজন বন্ধুৱে আপোনাক টকা বিচাৰিব পাৰে।


বৃষ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো মধ্যমীয়া ৷ মানসিক অশান্তি হ’ব পাৰে ৷ স্বাস্থ্যৰ যতন লওঁক ৷


মিথুন ৰাশি : এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটো যুক্তিৰে সকলো কথা বিবেচনা কৰক ৷ দিনটো খেলিমেলি হʼব পাৰে ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷


কৰ্কট ৰাশি : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো মধ্যমীয়া ৷ বিশ্ৰাম লওঁক ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷


সিংহ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শুভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায়ত সফল, ব্যৱসায় বৃদ্ধি, লাভাৰ্জন ৷


কন্যা ৰাশি : এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত খং-ৰাগ পৰিহাৰ কৰক ৷ অহং ভাৱ পৰিহাৰ কৰক ৷ খৰচ বৃদ্ধি ৷


তুলা ৰাশি : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷


বৃশ্চিক ৰাশি : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো প্ৰায় শুভ ৷ প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷ প্ৰেমত শুভ ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷


ধনু ৰাশি : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত কর্মত ব্যস্ততা বৃদ্ধি ৷ কর্মত ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব পাৰে ৷


মকৰ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো মধ্যমীয়া ৷ খৰচ বৃদ্ধি ৷ চৰকাৰী নথি-পত্ৰত সুস্থিৰে পঢ়ি চহী কৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷


কুম্ভ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটো পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালৰ সদস্যৰ ভালদৰে যত্ন লওক ৷ আবেলি কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি ৷


মীন ৰাশি : এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কৰ্ম কৰক ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকলে সফলতা লাভ কৰিব ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ