--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : জীৱনত সফলতা অৰ্জনৰ বাবে প্ৰত্যেক ব্যক্তিয়ে চেষ্টা কৰে৷ অৱশ্যে সহজতে সফল হোৱাৰো সহজ কথা নহয়৷ জীৱনৰ সফলতা লাভৰ বাবে প্রথমে দৰকাৰ বেয়া অভ্যাস চিহ্নিত কৰি বর্জন কৰিব লাগিব।

সাফল্যৰ মূল চাবিকাঠি হৈছে আত্মবিশ্বাস। নিজক চিনি-বুজি সঠিক পথত আগবাঢ়িলে অচিৰেই সাফল্য লাভ কৰিব। নিজৰ উপৰত বিশ্বাস ৰখাটো একান্তই আৱশ্যক।

সফল হ’বলৈ প্ৰয়োজন সঠিক পৰিকল্পনাৰ। পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সঠিক সময়ত আগবাঢ়ি যোৱাটো প্ৰয়োজনীয়।

সফল হবৰ বাবে দৰকাৰ পঢ়াশুনা আৰু শিকাৰ যথেষ্ট ইচ্ছা৷ পূর্বৰ কোনো কাম অনুধাবন কৰি লৈ আগবঢ়া আৱশ্যক।

সফল হোৱাৰ সঠিক উপায় আৰু সঠিক লক্ষ্য হৈছে সেই সঠিক পথ অনুসৰণ কৰা। জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰাটো গুৰুত্বপূৰ্ণ। কোনো লক্ষ্য অবিহনে, জীৱনটো সাগৰত এজন নাবিকৰ দৰে। অবাস্তৱ লক্ষ্যৰ পিছত দৌৰাটো অৰ্থহীন।

সফলতাৰ বাবে জৰুৰী জেদ। সৃষ্টি কৰা লক্ষ্যত লাগি থকাৰ প্ৰয়োজন। নিজৰ কথা শুনি, নিজৰ সিদ্ধান্তত দৃঢ় হৈ থকা, নিজৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰা – এই সকলোবোৰৰ প্ৰাথমিক স্তৰ হৈছে জেদ। জেদ কৰি আগবাঢ়ি যোৱাটো প্ৰয়োজনীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ