--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:শাৰদীয় দুৰ্গোৎসৱে কঢ়িয়াই আনিছে আনন্দ উল্লাহ৷ এই উংসৱৰ বতৰত সকলোৱে নিজকে ন ৰূপেৰে সজাব বিচাৰে৷ সকলোৱে নিজৰ পচন্দৰ পোচাক যোৰ লৈছে৷ দুৰ্গা পূজাৰ সময়ত সাধাৰণতে পৰম্পৰাগত পোছাক পৰিধান কৰা হয় যদিও আধুনিক  পোছাকো পৰিধান কৰা হয়৷ এইবাৰ দুৰগা পূজাত আপুনি কেনে দৰে নিজকে আকৰ্ষণীয় কৰি তুলিব? ফেশ্বন ষ্টাইলিষ্ট সকলে কি কয় জানো আহক৷

পূজাৰ বতৰত পুৰুষ সকলে পৰম্পৰাগত পোছাক ধুতি কুৰ্তা পৰিধান কৰিলে ৰাজকীয় ভাৱ আহিব, পাঞ্জাবী আৰু পায়জামা পৰিধান কৰিব পাৰে সহজ সৰল সুন্দৰ দেখাব ইয়াৰোপৰি পাঞ্জাবী আৰু জিন্স পৰিধান কৰিব পাৰে এক নতুন ধৰণৰ শৈলী যিয়ে ঐতিহ্য আৰু আধুনিকতাক প্ৰতিফলিত কৰে৷

আধুনিক সাজপোছাক পৰিধান কৰি ভালপোৱা সকলে এই পূজাৰ বতৰত প্ৰিন্টেড টি-ছাৰ্টৰ লগত জিনছ, ফ্লৰেল প্ৰিণ্টৰ কটন ছাৰ্টৰ লগত কটন ট্ৰাউজাৰ বা জিনছ, পৰিধান কৰিব পাৰে৷ কাপোৰৰ ৰং নিৰ্বাচন কৰোতে মনকৰিব যে ছাৰ্টৰ ৰং যদি উজ্জল হয় পেণ্ট পাতল ৰঙৰ হ’ব লাগে 

মহিলা সকলে দুৰ্গোৎসৱৰ সময়ত পৰ্ম্পৰাগত পোছাক অসমীয়া পোচাক, শাৰী পৰিধান কৰিব পাৰে৷ আধুনিক পোছাক ভিতৰত মহিলা সকলে লেহেংগা-চোলি, সলোৱাৰ কামিজ আৰু ইণ্ডিয়ান পোচাক সিকুৱেন্স শাড়ী, গাউন, আৰু এবেণ্ড ৰোবৰ পৰিধান কৰিব পাৰে ইয়াৰোপৰি 
ট্ৰেণ্ডিং ক’-অৰ্ড ছেট পৰিধান কৰিব পাৰে৷ 

সাজ পচন্দ কৰোতে, পুৰুষ-মহিলাই নিজৰ আৰাম আৰু সুবিধা অনুযায়ী পচন্দ কৰিব লাগে যাতে পূজাৰ আনন্দৰ বিঘ্নিত নহয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?