--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ঋতু পৰিৱৰ্তনৰ লগে লগে মানৱ শৰীৰত নানা ৰোগে দেখা দিবলৈ আৰম্ভ কৰে। এয়া প্ৰাকৃতিক পৰিঘটনা যদিও আমি সকলোৱে এই সময়ছোৱাত অকণমান সাৱধান হোৱা উচিত৷ ঋতু বা বতৰৰ পৰিৱৰ্তনৰ বাবে এই সময়ছোৱাত বতৰ শুকান হৈ পৰে বাবে বায়ুত প্ৰদূষিত হয়৷ যেতিয়া আমি বাহিৰলৈ যাওঁ তেতিয়াই শ্বাস-প্ৰশ্বাসৰ দ্বাৰা এনে প্ৰদূষিত বায়ু আমাৰ শৰীৰত প্ৰৱেশ কৰি ভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰে৷ যাৰ ফলত এই সময়ছোৱাত জ্বৰ, চৰ্দি, কাঁহ, ছালৰ ৰোগ, এলাৰ্জি, চকুৰ ৰোগ আদি হোৱা দেখা যায়৷

আমি কেনেদৰে সাৱধান হোৱা উচিত-
১. এনে সমস্যাৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ আমি যেতিয়াই বাহিৰলৈ ওলাই যাওঁ তেতিয়াই মাস্ক ব্যৱহাৰ কৰাটো অতি আৱশ্যক৷ মাস্ক ব্যৱহাৰ কৰাৰ ফলত জ্বৰ, চৰ্দি আদিকে ধৰি ৯০% ঋতুগত ৰোগৰ পৰা হাত সাৰিব পৰা যায়৷

২.শুকান বতৰৰ বাবে আমাৰ ছালো শুষ্ক হোৱা পৰিলক্ষিত হয়৷ সেয়ে দৈনিক ছালখন ময়শ্বৰাইজ কৰি ৰখা খুবেই দৰকাৰ৷

৩.এই সময়ছোৱাত সম্ভৱ অনুসৰি সতেজ শাক-পাচলি, ফলমূল আদি খাদ্য গ্ৰহণ কৰাৰ লগতে মাছ-মাংস আদি খোৱা উচিত৷ এই সময়ছোৱাত বাৰ্ডফ্লু হোৱা দেখা যায়৷ সেয়ে মাংস খোৱাৰ আগতে সাৱধান হোৱা উচিত।

৪.নিয়মিতভাৱে খাদ্য গ্ৰহণ কৰাৰ উপৰি পৰিমাণতকৈ অধিক খাদ্য গ্ৰহণ কৰা অনুচিত।
৫.শৰীৰটোক সদায় হাইড্ৰেট কৰি ৰখাৰ লগতে অধিক পৰিমাণে পানী গ্ৰহণ কৰা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ