--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই সৌৰ ধুমুহাই পৃথিৱীত খুন্দিওৱাৰ ফলত বিশ্বৰ বিভিন্ন স্থানৰ পৰা আকাশত বিশেষ আলোকসজ্জা (অ'ৰোৰা) দেখা পোৱা যাব।

ডিজিটেল ডেস্ক : মহাকাশত সৃষ্টি হোৱা এজাক প্রবলসৌৰ ধুমুহাই মঙলবাৰে পৃথিৱীক চুই যাব। বিশ্বৰ বিজ্ঞানী মহলে এই তথ্য সদৰী কৰিছে। মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ তথ্য অনুসৰি সূৰ্যত প্রচণ্ড বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা এই সৌৰ ধুমুহা ক্ৰমাৎ পৃথিৱীৰ দিশত অগ্ৰসৰ হৈছে। 


এই সৌৰ ধুমুহাই পৃথিৱীত খুন্দিওৱাৰ ফলত বিশ্বৰ বিভিন্ন স্থানৰ পৰা আকাশত বিশেষ আলোকসজ্জা (অ'ৰোৰা) দেখা পোৱা যাব। উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চল আৰু ইউৰোপৰ কেইবাটাও অংশৰ পৰা অ'ৰোৰা স্পষ্টকৈ দেখা যাব। 


উল্লেখযোগ্য যে সূর্যত হৈ থকা বিস্ফোৰণসমূহৰ ভিতৰত এই বিস্ফোৰণক চলিত বৰ্ষৰ সৰ্ববৃহৎ বিস্ফোৰণ হিচাপে অভিহিত কৰা হৈছে। এই বিস্ফোৰণৰ ফলত প্রতি ছেকেণ্ডত ১,৪০০ কিল'মিটাৰ বেগত পৃথিৱীৰ দিশত সৌৰ ধুমুহা আহি আছে।

উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক