--°C
Loading...
Listen to Article
2 min read
80%
০১/০৬/২০২৪, শনিবাৰ
 
১. মেষ ৰাশি- জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কাম বাঢ়িব৷ সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।প্ৰেমত শুভ। মাতৃৰ স্বাস্থ্য শুভ। 

২. বৃষ ৰাশি -আজিৰ দিনটোত সুনাম হ'ব৷ সজাগ নহ'লে কিবা চুৰি হ'ব পাৰে। মনৰ আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ব্যৱসায়ত মিশ্ৰিত ফল।

৩. মিথুন ৰাশি-  বন্ধুৰ সৈতে কাজিয়া। মনৰ এলাহ বাঢ়িব।  স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। প্ৰেমত সন্দেহ।

৪. কৰ্কট ৰাশি -আজিৰ দিনটোত কৰ্মক্ষেত্ৰত শুভ। প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ পৰা বাচিব। দেহৰ বিষ হ'ব। মনত অস্থিৰতা।

৫. সিংহ ৰাশি - আপোনজনে দুখ দিব। মনৰ আশা ভংগ। আজি আপুনি কৰ্মক্ষত্ৰত সজাগ হোৱাটো ভাল হ'ব। ব্যৱসায়ক লৈ চিন্তা। 

৬. কন্যা ৰাশি - ধন খৰচ হ'ব৷ মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত মিলনৰ যোগ।  মৰম লাভ।

৭. তুলা ৰাশি - ধনৰ আগমন৷  মিচা অপবাদ পাব।  প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত শুভ।

৮. বৃশ্চিক ৰাশি - কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ ব্যৱসায়ত শুভ হ'ব। মানসিক অশান্তি বাঢ়িব। প্ৰেমত অশান্তি।

৯. ধনু ৰাশি - শুভ খবৰ লাভ কৰিব৷  ভোজনৰ নিমন্ত্ৰণ লাভ কৰিব। প্ৰেমত শুভ। শৰীৰ ভালে নাথাকিব। বিদ্যাত শুভ।

১০. মকৰ ৰাশি- ভ্ৰমণ নকৰিব। কৰ্মত অশুভ। মনৰ আশা পূৰণ৷ বন্ধুৰ সৈতে সংঘাত। চোৰৰ পৰা সাৱধান।

১১. কুম্ভ ৰাশি -  বন্ধুৰ সৈতে মিলন।  পতি-পত্নীৰ  সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। শৰীৰ সুস্থ। প্ৰেমত মধুৰতা। আলহী আহিব।

১২. মীন ৰাশি-  আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ'ব৷  কৰ্মব্যস্ততা হ'ব।  ভ্ৰমণত বাধা। সংসাৰত অশান্তি। প্ৰেমত মিল থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ