--°C
Loading...
Listen to Article
2 min read
80%
১০/০৮/ ২০২৪, শনিবাৰ

মেষ ৰাশি : আপোনাৰ বিভ্ৰান্ত মনে আপোনাক সমস্যাত পেলাব। আপোনাৰ পানীলগা-কাঁহ-জ্বৰ হ’ব পাৰে। ধৰ্মীয় কাৰ্যত ব্যয় হ’ব। প্ৰিয়জনৰ লগত বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে। বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে সাক্ষাৎ হ’ব পাৰে। 

বৃষ ৰাশি : অলপ ক্ষতিকাৰক হ’ব পাৰে৷ অত্যধিক আৰ্থিক ব্যয় হ’ব পাৰে৷ কথা কওঁতে সচেতন হওক; অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে। কৰ্মস্থলীত সহকৰ্মীৰ পৰা কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ’ব পাৰে। বিভ্ৰান্ত মনত দ্বিধা উত্‍পন্ন হ’ব পাৰে৷ সঠিক সিদ্ধান্ত লওক৷

মিথুন ৰাশি : বন্ধুৰপৰা উপকৃত হ’ব পাৰে। নতুন ব্যক্তিৰ সৈতে বন্ধুত্ব হ’ব পাৰে। আৰ্থিক দিশত শুভ৷ সৰুসুৰা ভ্ৰমণৰ যোগ আছে। আনৰ কামত বা বিষয়ত হেতা ওপৰা কৰাৰপৰা দূৰত থাকক। আৰ্থিক লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধানে হওক৷

কৰ্কট ৰাশি : আপুনি নিজৰ পেছা আৰু ব্যক্তিগত বিষয়ৰ গুৰুত্বপূৰ্ণ দিশবোৰ লৈ আলোচনা কৰক। অতিৰিক্ত কামৰ হেঁচাত আপুনি ভাগৰিব পাৰে৷ বন্ধুক লগ কৰক৷ সৰু ভ্ৰমণৰ যোগ আছে। সামাজিক কামত ব্যস্ত থাকিব পাৰে৷

সিংহ ৰাশি : আপুনি হয়তো উদ্বিগ্ন হৈ থাকিব পাৰে৷ মানসিক আৰু শাৰীৰিকভাৱেও ভাগৰুৱা হৈ থাকিব। আগ্ৰাসী মনোভাৱক ক্ষান্ত কৰি ৰাখক। অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ’ব পাৰে। কাৰ্যালয়ত আপুনি উৰ্ধতনসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰক৷

কন্যা ৰাশি: অধিবিদ্যাৰ প্ৰতি আকৃষ্ট হোৱাৰ সম্ভাৱনা আছে। কাজিয়া এৰাই চলিবলৈ কথা-বতৰাত নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে।

তুলা ৰাশি: কৰ্মক্ষেত্ৰ আৰু আন বিভিন্ন ক্ষেত্ৰৰপৰা প্ৰশংসা লাভ কৰিব পাৰে । প্ৰিয়জনৰ সৈতে সাক্ষাৎ হ’ব । দাম্পত্য জীৱনত শুভ । নিজৰ কথা-বতৰা আৰু আচৰণত নিয়ন্ত্ৰণত ৰাখক। সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক। আধ্যাত্মিক কাৰ্যকলাপৰ যোগ আছে।

বৃশ্চিক ৰাশি : আপোনাৰ বিভ্ৰান্ত মনে আপোনাক সমস্যাত পেলাব। আপোনাৰ পানীলগা-কাঁহ-জ্বৰ হ’ব পাৰে। ধৰ্মীয় কাৰ্যত ব্যয় হ’ব। প্ৰিয়জনৰ লগত বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে। বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে সাক্ষাৎ হ’ব পাৰে। 

ধনু ৰাশি : যি পৰিমাণ কঠোৰ পৰিশ্ৰম কৰিব, তাতকৈ কম ফল লাভ কৰিবল। আপুনি মানসিক আৰু শাৰীৰিকভাৱে কিছু সকাহ পাব পাৰে। দিনটো আপুনি বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আনন্দেৰে কটাব। আজি আপুনি ধৰ্ম আৰু দান কৰক। আৰ্থিক লাভৰ যোগ আছে।

মকৰ ৰাশি : অত্যধিক আবেগিক হৈ নপৰিব। সম্পত্তি আৰু ভূমি সম্বন্ধীয় বিষয় এৰাই চলক। মানসিক অস্থিৰতাত ভুগিব পাৰে, স্বাস্থ্যৰ প্ৰতি চকু ৰাখক। নমনীয় হওক। সন্তানক লৈ দুশ্চিন্তাত ভুগিব। সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক।

কুম্ভ ৰাশি : নতুন পৰিকল্পনা হাতত ল’ব পাৰে৷ গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত খৰধৰকৈ কোনো সিদ্ধান্ত নল’ব। মধ্যাহ্ন অথবা সন্ধিয়াৰ পিচত পৰিস্থিতি সলনি হ’ব। আৰ্থিক দিশত দুৰ্বল। কোনোবাই আপোনাক মনত আঘাত দিব পাৰে। সম্পত্তি সম্বন্ধীয় বিষয় এৰাই চলক। আধ্যাত্মিকতাই আপোনাৰ উদ্বেগ হ্ৰাস কৰিব।

মীন ৰাশি : আপোনাৰ বিভ্ৰান্ত মনে আপোনাক সমস্যাত পেলাব । আপোনাৰ পানীলগা-কাঁহ-জ্বৰ হ’ব পাৰে । ধৰ্মীয় কাৰ্যত ব্যয় হ’ব । প্ৰিয়জনৰ লগত বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে । বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে সাক্ষাৎ হ’ব পাৰে । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ