--°C
Loading...
Listen to Article
2 min read
80%
২৭ আগষ্ট ২০২৩, দেওবাৰ

 
মেষ- নানা ক্ষেত্ৰত বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে। ধৈৰ্য নেহেৰুৱাব। শৰীৰে সংগ নিদিলে জোৰ কৰি কামত হাত নিদিব।বিনিয়োগৰ ক্ষেত্ৰতো দিনটো শুভ। শুভ সংখ্যা ৫ , শুভ ৰং বাদামী।

বৃষ- কৰ্ম ক্ষেত্ৰত কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে মানসিক অশান্তি হ’ব পাৰে ।নিজৰ যত্ন লোৱা প্ৰয়োজন। প্ৰেমত সাৱধান হ’ব । শুভ সংখ্যা ১, শুভ ৰং মেৰুণ।

মিথুন- আজিৰ দিনটো শৰীৰৰ শুভ কাৰক যদিও সন্ধিয়াৰ পৰা কিছু অশান্তি হ’ব পাৰে।প্ৰয়োজন বুজি খৰচ কৰক। শিক্ষাৰ্থীৰ বাবে দিনটো উত্তম। শুভ সংখ্যা ৮, শুভ ৰং বগা।

কৰ্কট- আজি আপুনি বহুত পইচা আয় কৰিব পাৰে। দিনটো ব্যস্ত থাকিলেও স্বাস্থ্য ভালে থাকিব। ব্যৱসায়ী সকলে কষ্টৰ মাজতে কিছু লাভৱান হ’ব। শুভ সংখ্যা ২, শুভ ৰং মুগা।

সিংহ- আজিৰ দিনটো শৰীৰৰ অসুস্থতা থাকিব। মনলৈ দুশ্চিন্তা আহিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট শুভ কাৰক। শিক্ষাৰ্থীৰ উৎকণ্ঠা বাঢ়িব। শুভ সংখ্যা ৯ ,শুভ ৰং ৰঙা।

কন্যা- পৰিয়ালকেন্দ্ৰিক মনৰ অশান্তি বৃদ্ধি পাব পাৰে। প্ৰেম-প্ৰীতিত মধ্যমীয়া। সহকৰ্মীয়ে কৰ্মত সহায় কৰিব। যিকোনো বিবাদত মতামত দিয়াৰ পৰা বিৰত থাকক। শুভ সংখ্যা ৩ ,শুভ ৰং নীলা।

তুলা- আবেগ নিয়ন্ত্ৰণ কৰি পদক্ষেপ লওক, তেতিয়াহে মানসিক শান্তি আহিব।আৰ্থিক আৰু কৰ্মক্ষেত্ৰত কিছু উন্নতি হ’ব। শিক্ষাৰ্থীয়ে মনত ভবাৰ ধৰণে ফল লাভ কৰিব। শুভ সংখ্যা ৬, শুভ ৰং হালধীয়া।

বৃশ্চিক-আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ হ’ব। নেতিবাচক চিন্তা পৰিহাৰ কৰক। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। সফলতাৰ পথ প্ৰশস্ত হ’ব। আয় বৃদ্ধি পাব পাৰে। শুভ সংখ্যা ৪ ,শুভ ৰং গুলপীয়া।

ধনু- আজি যিকোনো বিতৰ্কৰ পৰা আঁতৰি থাকক।বন্ধু-বান্ধৱীৰ সমৰ্থন পাব। ভ্ৰমণ লাভজনক হ’ব। কৰ্মক্ষেত্ৰত স্থানান্তৰৰ সম্ভাৱনা আছে। মানসিক অসুবিধাই আমনি দিব পাৰে। শুভ সংখ্যা ৮ ,শুভ ৰং আকাশী।

মকৰ – আত্মনিৰ্ভৰশীল হওক। বন্ধুৰ পৰা উপহাৰ হিচাপে কাপোৰ পাব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বিনিয়োগ কৰিব পাৰে। বাহনৰ সুখ লাভ কৰিব পাৰে। শুভ সংখ্যা ৭ ,শুভ ৰং পাতল সেউজীয়া।

কুম্ভ- দিনটো অসংগঠিত হ’ব। আত্মনিয়ন্ত্ৰিত হওক। পৰিয়ালত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে। ঘৰৰ ৰক্ষণাবেক্ষণৰ বাবে খৰচ বৃদ্ধি পাব পাৰে। বৈবাহিক সুখ বাঢ়িব। শুভ সংখ্যা ২,শুভ ৰং সোণালী।

মীন- কৰ্ম, বাণিজ্য আৰু আৰ্থিকত উন্নতি হ’ব।শিক্ষাৰ্থীৰ মনৰ উৎসাহ বাঢ়িব পাৰে। মাতৃৰ সহায়ত টকা পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত অধিক কঠোৰ পৰিশ্ৰম হ’ব। শুভ সংখ্যা ৮, শুভ ৰং ৰূপালী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?