--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আলু আৰু পিঁয়াজ এই দুবিধ হ'ল মানুহৰ খাদ্যৰ তালিকাত এৰাব নোৱৰা সামগ্ৰী৷ পিঁয়াজৰ যিমান মূল্যবৃদ্ধি হলেও আমাৰ পাকঘৰত কিন্তু পিঁয়াজ নোহোৱাকৈ এদিনো নাথাকে৷ আজিৰ  এই প্ৰতিবেদনত লৈ আহিছো পিঁয়াজৰ বিষয়ে কিছু নজনা কথা। 

পিঁয়াজ কেনেকৈ ব্যৱহাৰ হয় ?

সাধাৰণতে মানুহে যি কোনো আঞ্জা বা ভাজি বনাবলৈ লওঁতে প্ৰথমে পিঁয়াজ ভাজি লয়৷ মাছ-মাংস ৰান্ধোতে আলুৰ সৈতে পিঁয়াজ বেচিকৈ দিলেহে খাবলৈ ভাল লগা হয় আঞ্জাখন। চালাড আৰু চাটনিত পিঁয়াজৰ ব্যৱহাৰ অপৰিসাৰ্য্য ৷ ইয়াৰ ওপৰিও পিঁয়াজৰ পকৰী, পিজ্জা, পৰঠা আদি বনোৱা হয়।

চকুপানী নোলোৱাকৈ পিঁয়াজ কেনেকৈ কাটিব জানো আহক? 

যদি পিঁয়াজকেইটা আগদিনা ৰাতি ফ্ৰিজত থৈ দিওঁ তেনেহ'লে পিছদিনা কাটিলে চকুত নধৰে৷
বাকলি গুছোৱাৰ সময়ত শিপাৰ অংশটো কিছু অংশৰ সৈতে ত্ৰিভূজ আকাৰকৈ কাটি পেলাই দিব দিলেও চকুত নধৰে
কেইটামান পিঁয়াজৰ উপকাৰিতাৰ বিষয়ে জানো আহক -
পিঁয়াজত থকা ইনুলিন নামৰ ফাইবাৰে শৌচ কচা, পেটৰ বিষ আৰু এচিডিটি আতৰায় 
পিঁয়াজ খুন্দি অলিভ অইলৰ লগত মিহলাই ঘঁহিলে আচিনাই ভাল হয়
মৌ-মাখি,বৰল আদিয়ে বিন্ধিলে পিচা পিঁয়াজৰ লেপ লগালে ভাল হয়
নাকৰ পৰা তেজ ওলোৱা বন্ধ কৰিবলৈ উতলা পানীত পিঁয়াজ মিহলাই ভাপ ল'ব লাগে

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ