--°C
Loading...
Listen to Article
2 min read
80%

২১ পুহ, বৃহস্পতিবাৰ, ৬ জানুৱাৰী, ২০২২

মেষ ৰাশি -  মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আয় বাঢ়িব৷ সঞ্চয় বাঢ়িব লগতে আজি আপোনাৰ সন্তানৰ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত পুৰণা বিবাদ নিস্পত্তি হোৱাৰ সুযোগ লাভ কৰিব৷ আপোনাৰ পাৰিবাৰিক সুখ বৃদ্ধিৰ যোগ দেখা যায়।


মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত সফলতা আহিব৷ সম্পদ বাঢ়িব লগতে সুখ বৃদ্ধিৰ যোগ দেখা যায়।   


কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান আহৰণৰ সুযোগ পাব৷ মনৰ আশা পুৰণ হ'ব, যদিও সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।


সিংহ ৰাশিৰ - সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয় পৰিয়ালৰ সুখ বাঢ়িব৷ মনৰ আশা পুৰণ হ'ব৷ সজাগ নহলে দেহ মনত সামান্য ক্লান্তি ভাৱ বৃদ্ধিৰ যোগ দেখা যায়।


কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আয় বাঢ়িব৷ মনৰ সামান্য পৰিৱৰ্তন হ'ব পাৰে৷ স্বাস্থ্যৰ  দিশটো উন্নতি হোৱাৰ যোগ দেখা যায়।


তুলা ৰাশি - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হ'ব৷ সমস্যাৰ সমাধান হ'ব লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায় ।  


বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত নতুন বন্ধু লাভ হ'ব৷ সন্মান বাঢ়িব, যদিও আজি আপুনি চোৰৰ পৰা সাৱধান হোৱাটো ভাল হব।


ধনু ৰাশি- ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত প্ৰেৰণা লাভ কৰিব৷  প্ৰেমত শুভ হব যদিও আজি আপোনাৰ মনত সামান্য অশান্তি ভাৱ বৃদ্ধিৰ যোগ।


মকৰ ৰাশি - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সজাগ হ'ব৷ ভ্ৰমণত সজাগ নহলে সামান্য কষ্ট পাব পাৰে৷ মনত সামান্য দুখ পোৱাৰ যোগ দেখা যায়।


কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত কৰ্মত সুখ বাঢ়িব৷ সন্তানৰ সুখ বাঢ়িব৷ সজাগ নহলে কৰ্মত সামান্য জতিলতা ভাৱ বৃদ্ধিৰ যোগ দেখা যায়।


মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত সফলতা বাঢ়িব৷ পাৰিবাৰিক সুখ বাঢ়িব৷ বিবাদৰ পৰা আতৰি থকাটো ভাল হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ