--°C
Loading...
Listen to Article
2 min read
80%

২২ পুহ, শুক্ৰবাৰ, ইং ৭ জানুৱাৰী।
২০২২

১. মেষ ৰাশি (অ,ল) : মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ'ব, কৰ্মত শুভ হ'ব লগতে নতুন কৰ্মৰ যোগাযোগ হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি ( উ,ব,ই) : বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আয় বাঢ়িব , যদিও আজি আপুনি সজাগ নহলে জেষ্ঠ্য ব্যক্তিৰ পৰা মনত সামান্য কষ্ট পাৱ পাৰে লগতে সজাগ নহ'লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি ( ক,ছ) : মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা য়ায।

৪. কৰ্কট ৰাশি ( ড,হ) : -কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত আপুনি নভৱাকৈয়ে ধন সন্মান লাভ কৰিব পাৰে, কৰ্মত সামান্য জতিলতা বাঢ়িব যদিও আজি আপুনি কৰ্মত বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) : সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত নতুন কৰ্মৰ যোগাযোগৰ সুযোগ বাঢ়িব, মনত শান্তি বাঢ়িব, লগতে আজি আপুনি বন্ধুৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মদক্ষতা বাঢ়িব, প্ৰেমত শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ঘৰুৱা কৰ্মবোৰত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।

৮. বৃশ্চিক ৰাশি (ন,য): বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, মনৰ আশা পুৰণ হব,যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষত্ৰত সামান্য জটিলতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায় ।

৯. ধনু ৰাশি (ধ,ভ): ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, কৰ্মত শুভ হব, প্ৰেমত শুভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষত্ৰত সামান্য বুদ্ধি হ্ৰাস হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত সন্মান বাঢ়িব, লগতে বিদ্যাৰ্থী সকলে বিদ্যা আহৰণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি (গ,শ,স): কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত প্ৰেমত শুভ হব, আৰ্থিক দিশত শুভ হব, ৰোগাৰোগ্য হব, লগতে আজি উকীল সকলৰ কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি ( দ,চ): মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক দিশত শুভ হব, আৰ্থিক দিশত শুভ হব, সৌভাগ্যৰ উদয় হব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষত্ৰত সামান্য অৱহেলা ভাৱ আহিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ