--°C
Loading...
Listen to Article
2 min read
80%
১০/০৯/২৪, মঙ্গলবাৰ

মেষ ৰাশি: সমস্যা সমাধান কৰিব পাৰিব।বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হব পাৰে। কৰ্ম ক্ষেত্ৰত প্ৰশংসিত হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যত মধ্যম। কামত সাৱধানতা অৱলম্বন কৰিব।

বৃষ ৰাশি: প্ৰিয় জনৰ সৈতে। মতবিৰোধ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ অৱনতি। প্ৰিয়জনৰ সৈতে সময় পাৰ কৰক। অৰ্থ লাভৰ যুগ। কৰ্মত মধ্যম। নতুন চিন্তাধাৰাৰে আগবাঢ়িলে  সুফল পাব।

মিথুন ৰাশি: আশা আকাংক্ষা পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। বন্ধুৰ সংগ লাভ কৰিব। সমাজত জনপ্ৰিয়তা অৰ্জন কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ  ক্ষেত্ৰত চিন্তা মুক্ত হ'ব। সন্তানৰ সুখ্যাতি লাভৰ যুগ।

কৰ্কট ৰাশি: স্বাস্থ্যৰ ভালে যাব। মানসিক শান্তিৰ যুগ। কৰ্ম ক্ষেত্ৰত সফলতা লাভ কৰিব। প্ৰেমত শুভ। পিতৃ-মাতৃৰ স্বাস্থ্যত মধ্যম। আৰ্থিক ক্ষেত্ৰত দুৰ্বল। দিনটোত কৰ্মব্যস্ততা বাঢ়িব। 

সিংহ ৰাশি: স্বাস্থ্যত মধ্যম। কলাত্মক দিশত উন্নতি। দাম্পত্য জীৱনত উন্নতি। কামত সাৱধানতা অৱলম্বন কৰিব। অৰ্থ ব্যয়ৰ সম্ভাৱনা আছে। পিতৃ-মাতৃৰ শুভ। কৰ্ম ক্ষেত্ৰত নিয়ম মানি চলিবলৈ চেষ্টা কৰিব।

কন্যা ৰাশি: আৰ্থিক অনাটন দূৰ হ'ব। সময়ৰ সুব্যৱহাৰৰ হ'ব। চিন্তা মুক্ত হ'ব। স্বাস্থ্যৰ যত্ন ল'ব। কৰ্মত শুভ। সন্তানৰ শুভ। দিনটোত ব্যস্ততাৰে পাৰ হ'ব।  ভ্ৰামণৰ পৰা বিৰত থাকক। 

তুলা ৰাশি: কৰ্মত মধ্যমীয়া। পৰিয়ালৰ পৰা সুখ লাভ কৰিব। সাৱধানতা অৱলম্বন কৰিব। ভ্ৰামণৰ যুগ। কাম পেলাই থ'লে  বিপদৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ উন্নতি।

বৃশ্চিক ৰাশি: অৰ্থ লাভৰ যুগ। স্বাস্থ্যৰ অৱনতি। কৰ্মত বাধা। কঠোৰ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে।দাম্পত্যত শুভ। পিতৃ-মাতৃৰ স্বাস্থ্যত মধ্যম। পৰিয়ালৰ লগত মতবিৰোধ হোৱাৰ সম্ভাৱনা আছে।

ধনু ৰাশি: পুৰণি সমস্যা পৰা মুক্ত হ'ব। স্বাস্থ্য উন্নত। কৰ্মত ক্ষেত্ৰত পৰিশ্ৰম বাঢ়িব। খৰচ বাঢ়িব।কৰ্মত অগ্ৰগতি লাভ কৰিব।  কামত সাৱধানতা অৱলম্বন কৰিব। পিতৃ-মাতৃৰ স্বাস্থ্যৰ যত্ন ল'ব।

মকৰ ৰাশি: প্ৰেমত শুভ। শুভ সংবাদ লাভ কৰিব। স্বাস্থ্যৰ যত্ন ল'ব।  সন্তানৰ শুভ। নতুন কামৰ যুগ।শিক্ষাৰ্থীৰ মধ্যমীয়া। পানীৰ পৰা দূৰত্ব বজাই ৰাখিব। ভ্ৰামণৰ যুগ।

কুম্ভ ৰাশি: স্বাস্থ্যত মধ্যমীয়া। কৰ্মত বিশেষ সুফল নাপাব। চেষ্টা কৰিলে সফলতা লাভ কৰিব। অৰ্থ লাভৰ যুগ।ভ্ৰামণত সাৱধানতা অৱলম্বন কৰিব। শিক্ষাৰ ক্ষেত্ৰত শুভ।

মীন ৰাশি: মনৰ ইচ্ছা পূৰ্ণ হ'ব। কৰ্ম ক্ষেত্ৰত সফলতা লাভ। ব্যস্ততা বাঢ়িব। স্বাস্থ্য উন্নত।শিক্ষাত মধ্যমীয়া।দুঃচিন্তা বাঢ়িব। দাম্পত্য জীৱনত সময় দিয়ক। পৰিয়ালৰ পৰা সহযোগ লাভ কৰিব। শৰীৰক বিশ্ৰাম দিয়ক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ