--°C
Loading...
Listen to Article
2 min read
80%

২৭আহিন, বৃহস্পতিবাৰ, ইং ১৪ অক্টোবৰ, ২০২১

মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, কৰ্মতক্ষেত্ৰত উন্নতি হোৱাৰ লগতে আজি সম্পদ লাভ হোৱাৰ যোগ দেখা যায়।

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগৰ সুযোগ লাভ কৰিব, ভ্ৰমণত শুভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে দেহ-মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি হ’ব যদিও সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি : কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু লাভ হ’ব যদিও আজি সজাগ নহ’লে আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হ’ব, প্ৰেমত শুভ হ’ব, কৰ্মতক্ষেত্রত শুভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশিঃ কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন লাভ হ’ব, সন্মান বাঢ়িব। লগতে আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহ’লে সামান্য প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন আগমন হ’ব, দাম্পত্য জীৱনত সুখ বৃদ্ধি হ’ব যদিও আজি আপুনি সকলো দিশতে সজাগ হৈ চলা-ফুৰা কৰাটো ভাল হ’ব।
বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততাৰ বাঢ়িব, ৰোগাৰোগ্য হ’ব, যদিও আজি আপুনি যান-বাহনৰ ক্ষেত্ৰত সজাগ নহ’লে সামান্য দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ যোগা দেখা যায়।

ধনু ৰাশি : ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ মনত দিনটোত মনত শান্তি বাঢ়িব, বন্ধু লাভ হ’ব।

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা আহিব পাৰে, সামান্য খৰছ বাঢ়িব পাৰে, লগত আজি সজাগ নহ’লে আপোনাৰ শৰীৰত সামান্য ৰোগে কষ্ট দিব পাৰে।

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত প্ৰেমত শুভ হ’ব, কৰ্ম মৰ্যাদা লাভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য হতাশাৰ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হ’ব, মনৰ আশা পূৰণ হোৱাৰ লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য এলাহ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ