--°C
Loading...
Listen to Article
2 min read
80%

২০আহিন , শনিবাৰ, ইং ১৬ অক্টোবৰ ২০২১
১. মেষ ৰাশি (অ,ল) : - মেষ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হ'ব, ভ্ৰমণত শুভ হ'ব, লগতে ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায় ।

২. বৃষ ৰাশি( উ,ব,ই) : - বৃষ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ উন্নতি হ'ব, যদিও সজাগ নহ'লে আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি ( ক,ছ) : - মিথুন ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য জেদ ভাৱ বাঢ়িব, ভ্ৰমণত শুভ হ'ব, যদিও আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব।

৪. কৰ্কট ৰাশি( ড,হ) : - কৰ্কত ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হ'ব, কৰ্মত উন্নতি হ'ব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব, আত্মীয় আগমন হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাটো ভাল হ'ব।

৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ হ'ব, আজি আপোনাৰ কৰ্মত যশস্যা লাভ হ'ব যদিও আজি ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হ'ব।

৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশি জাতক-জাতিকাসকলে আজিৰ দিনটোত শিক্ষক সকলৰ শুভ হ'ব, কৰ্মত বিপৰীত লিংগৰ পৰা সহাঁৰি লাভ হ'ব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু লাভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব,যদিও আজি আপুনি সজাগ নহ'লে সামান্য পাৰিবাৰিক অশান্তি ভাৱ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব,মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰ মৰ্য্যদা লাভ কৰিব, ৰোগাৰোগ্য হ'ব, যদিও সজাগ নহ'লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- ( দ,চ) :- মীন ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত সুখ বাঢ়িব, মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ