--°C
Loading...
Listen to Article
2 min read
80%
০১ ডিচেম্বৰ ২০২৪, দেওবাৰ


মেষ ৰাশি: আজি আপুনি আপোনাৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক অন্যথা বিপদত পৰিব পাৰে ৷ কষ্টৰ ফল লাভত ব্যৰ্থ হ'ব ৷ সন্তানৰ বাবে চিন্তিত হ'ব ৷ কামৰ হেঁচা বেছি হোৱাৰ সম্ভাৱনা চৰকাৰী কাম কাজত সফলতা লাভ ৷ পেটৰ বিষত ভুগিব পাৰে ৷

বৃষ ৰাশি: গণেশৰ কৃপাত সফলতা অৰ্জন কৰিব ৷ পিতৃৰ ফালৰ পৰা সহায়ৰ হাত পাব ৷ ছাত্ৰ-ছাত্ৰীসকলে সফলতাৰ বাবে কষ্ট কৰক ৷ চৰকাৰী কামত সফলতা লাভ ৷ সন্তানৰ বাবে টকা সঞ্চয় কৰক ৷

মিথুন ৰাশি: গণেশৰ কৃপাত নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ চৰকাৰী কামত সফলতা অৰ্জন ৷ প্ৰতিবেশী আৰু বন্ধুৰ সৈতে কাজিয়াত লিপ্ত হোৱাৰ সম্ভাৱনা ৷ টকা-পইছাৰ ক্ষেত্ৰত সাবধান হওক ৷

কৰ্কট ৰাশি: বেয়া চিন্তাধাৰা সমূহৰ পৰা আঁতৰি থাকক ৷ আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল দেখুওৱাত বিফল হ'ব ৷

সিংহ ৰাশি: আজি আপোনাৰ আত্মবিশ্বাস সম্পূৰ্ণভাৱে বৃদ্ধি পাব ৷ পিতৃ বা জেষ্ঠজনৰ পৰা সহায় লাভ কৰিব ৷ সামাজিক মৰ্যদা বৃদ্ধি ৷ আজি আপুনি আপোনাৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক অন্যথা বিপদত পৰিব পাৰে ৷ শৰীৰে অলপ বাধাৰ সৃষ্টি কৰিব ৷

কন্যা ৰাশি: বিবাদৰ পৰা আঁতৰি থাকক ৷ আজি আপুনি শাৰিৰীক আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ ধৰ্মীয় কাৰ্যত খৰচ বৃদ্ধি ৷ শৰীৰৰ যত্ন লওক ৷ হুলস্থূল আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক ৷

তুলা ৰাশি: গণেশৰ কৃপাত আজি আপোনাৰ শুভ দিন ৷ আনন্দ লাভ ৷ আমদানি বৃদ্ধি ৷ বন্ধুৰ সহায় লাভ ৷ ভ্ৰমণৰ যোগ ৷ বিবাহৰ প্ৰাৰ্থীৰসকলে মনে বিচৰা সংগী লাভ কৰিব ৷ খাদ্যভাস সলনি কৰক ৷

বৃশ্চিক ৰাশি: গণেশৰ কৃপাত আজি আপোনাৰ ভাগ্যৰ উদয় হ'ব ৷ কৰ্মক্ষেত্ৰ সফলতা ৷ আপোনাৰ কামত আনে প্ৰংশসা কৰিব ৷ আজি হাতত লোৱা সকলো কাম নিৰ্বিঘ্নে সমাপ্ত হ'ব ৷ আমদানি বৃদ্ধি হ’ব আৰু পদোন্নতি হ’ব পাৰে ৷ সন্তানৰ কৃতিত্বই আপোনাক আনন্দিত কৰিব ৷

ধনু ৰাশি: শাৰিৰীক অসুস্থতাই দেখা দিব পাৰে ৷ আজি আপুনি শাৰিৰীক আৰু মানসিকভাৱে দূৰ্বল অনুভব কৰিব ৷ ধৰ্মীয় কাৰ্যত খৰচ বৃদ্ধি ৷ শৰীৰৰ যত্ন লওক ৷ হুলস্থুল আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক ৷

মকৰ ৰাশি: যোগাভ্যাস কৰক আৰু অলাগতিয়াল চিন্তাৰ পৰা আঁতৰি থাকক ৷ শাৰিৰীক অসুস্থতাই দেখা দিব পাৰে ৷ খাদ্যৰ ওপৰত চকু দিয়ক ৷ আজি আপুনি আপোনাৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক অন্যথা বিপদত পৰিব পাৰে ৷ বিবাদৰ পৰা আঁতৰি থাকক ৷

কুম্ভ ৰাশি: আপোনাৰ পাৰিবাৰিক জীৱন ৰোমাঞ্চকৰ হ'ব ৷ সকলো কাম সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰিব পাৰিব ৷ ভ্ৰমণৰ যোগ ৷ নতুন বাহন ক্ৰয় কৰিব পাৰে ৷

মীন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সুখদায়ক আৰু প্ৰতিশ্ৰুতিপূৰ্ণ হ'ব । ঊৰ্ধ্বতনসকলৰপৰা প্ৰশংসা লাভ কৰিব । আপুনি ব্যৱসায়ীয়ে হওঁক বা চাকৰিয়ালেই হওঁক, ইতিবাচক ফল লাভ কৰিব । পিতৃ আৰু বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত আৰু লাভবান হ’ব । ঘৰত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিব ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ