--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৱে জানে যে ধূমপান স্বাস্থ্যৰ বাবে উপকাৰী নহয়। কিন্তু কিয় ই অপকাৰী,এই বিষয়েও আপোনালোকে জনা উচিত। চিগাৰেটত ধঁপাত থাকে, য’ত নিকোটিন আৰু বহুতো ক্ষতিকাৰক ৰাসায়নিক উপাদান থাকে। যাৰ ফলত বহুতো গুৰুতৰ ৰোগ আৰু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। ধঁপাতৰ ধোঁৱা সেৱন কৰাৰ লগে লগে হাওঁফাওঁত হাজাৰ হাজাৰ ৰাসায়নিক পদাৰ্থ প্ৰৱেশ কৰি শৰীৰৰ ক্ষতি কৰে জানো আহক কোনবোৰ প্ৰধান ৰোগে ধূমপান কৰা লোকৰ আশংকা বৃদ্ধি কৰে।


হাওঁফাওঁৰ ৰোগ

फेफड़ों की बीमारियां

ধূমপান হাওঁফাওঁৰ কৰ্কট ৰোগৰ প্ৰধান কাৰণ। ইয়াৰ উপৰিও ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজৰ সম্ভাৱনাও বৃদ্ধি পায়, যাৰ ফলত হাওঁফাওঁৰ কাৰ্য্যক্ষমতা হ্ৰাস পায় আৰু উশাহ-নিশাহ লোৱাত অসুবিধা হয়।

ব্ৰংকাইটিছ

ब्रोंकाइटिस

ধূমপান কৰিলে ব্ৰংকাইটিছৰ সম্ভাৱনাও বৃদ্ধি পায়। ব্ৰংকাইটিছ হৈছে শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ ৰোগ, য’ত হাওঁফাওঁৰ বায়ুপথবোৰ প্ৰদাহ হৈ পৰে। যাৰ বাবে উশাহ-নিশাহ লোৱাত অসুবিধা হয় আৰু শ্লেষ্মাৰ উৎপাদন বৃদ্ধি পায়।

ধূমপানৰ নিচাই হাড়ৰ ওপৰতো প্ৰভাৱ পেলায় 

ধূমপানৰ অভ্যাসে শৰীৰৰ হাড়বোৰ দুৰ্বল কৰে যাৰ ফলত মানুহ দিনক দিনে জুৰুলা হৈ পৰে ৷ ই বহু ক্ষতিকাৰক ৷ 

ষ্ট্ৰোক

स्ट्रोक

চিগাৰেটত থকা নিকোটিনে ৰক্তচাপ বৃদ্ধি কৰে, যাৰ ফলত ষ্ট্ৰোক আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ষ্ট্ৰোকৰ সম্ভাৱনা বেছি কাৰণ ধূমপান কৰিলে ৰক্তবাহী নলীত তেজ জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

কৰ্কট ৰোগ

कैंसर

ধূমপান কৰিলে মুখ আৰু ডিঙিৰ কৰ্কট ৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। ধঁপাতৰ ধোঁৱাত বহু ধৰণৰ কাৰ্চিনোজেন অৰ্থাৎ কেন্সাৰ সৃষ্টিকাৰী উপাদান থাকে, যিয়ে কলাবোৰৰ ক্ষতি কৰিব পাৰে। যাৰ বাবে কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি পায়।

প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলায়

इंफर्टिलिटी

ধূমপানে পুৰুষ আৰু মহিলা উভয়ৰে প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলাব পাৰে। যাৰ বাবে বন্ধ্যাত্বৰ আশংকা বৃদ্ধি পায়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?