--°C
Loading...
Listen to Article
2 min read
80%

ধুবুৰী : 'এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ব্যৱস্থাগ্ৰহণৰ হুংকাৰ। ভয়ত আজমল কাষ চাপিছে মুখ্যমন্ত্ৰীৰ' ধুবুৰীত বুথ ভিত্তিক ৰাজহুৱা সভাত এই মন্তব্য ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ। এই সভাত আক্ৰমণাত্মক হৈ তাছাই উল্লেখ কৰে যে, ধুবুৰী উন্নয়নত এআইইউডিএফে তলা-চাবি মাৰিছে। তেওঁলোকে কেতিয়াও ধুবুৰীৰ উন্নয়ন নিবিচাৰে৷ ইপিনে বিজেপিয়ে অৰুণোদইৰ আঁচনি অকল ভোটৰ স্বাৰ্থত দিয়া নাই বুলিও মন্তব্য তাছাৰ ।

আৰু পঢ়িব পাৰিব : বায়ুসেনা বিষয়াৰ জীয়া অভিজ্ঞতাৰে সমৃদ্ধ দুখনকৈ গ্ৰন্থ উন্মোচন

'কংগ্ৰেছে গৰিবি হাটাও বুলি ডাঙৰ ডাঙৰ কথা কয় যদিও কংগ্ৰেছৰ দিনতে গৰিবি বৃদ্ধি পাইছে'- বুলি কামাখ্যা প্ৰসাদ তাছাই মন্তব্য কৰে৷ উজনি অসমৰ প্ৰতিটো বিধানসভা সমষ্টি বিজেপিয়ে দখল কৰিব বুলিও দাবী তাছাৰ। ইপিনে বিজেপি যদি সাম্প্ৰদায়িক হয়, তেনেহ’লে এপিজে আব্দুল কালাম ৰাষ্ট্ৰপতি কেনেকৈ হ'ল বুলিও প্ৰশ্ন তেওঁৰ৷

আৰু পঢ়িব পাৰিব : কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাত চূড়ান্ত ছীল-মোহৰ মাৰিব ৰাহুল গান্ধীয়ে

কংগ্ৰেছ আৰু এআইইউডিএফে মেৰু কৰণৰ ৰাজনীতি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। সাংসদ বদৰুদ্দিন আজমলে সংসদত এদিনো ধুবুৰীৰ প্ৰসংগ উল্লেখ কৰা দেখা নাই বুলি কোৱাৰ লগতে আজমলে অকল জৰা-ফুঁকাৰ ৰাজনীতি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক