--°C
Loading...
Listen to Article
2 min read
80%

তিৰুৱনন্তপুৰম : আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ মৃত্যু। বৃহস্পতিবাৰে মৃত্যু হয় জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা কেৰালাৰ প্ৰাক্তন মন্ত্ৰী কে কে ৰামচন্দ্ৰনৰ। কেৰালাৰ কোঝিকোড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৮৪ বছৰ বয়সত মৃত্যু হয় কংগ্ৰেছ নেতাগৰাকীৰ।

আৰু পঢ়িব পাৰিব : ট্ৰাম্প সমৰ্থকৰ হিংসা : আমেৰিকাৰ সংসদৰ বাহিৰত ৪জনৰ মৃত্যু, আটক ৫২

বৃহস্পতিবাৰে আকস্মিকভাৱে হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ পাছতে তেওঁক হাস্পতালত ভৰ্তি কৰোঁৱা হৈছিল। কে কে ৰামচন্দ্ৰন মাষ্টাৰ নামেৰে জনপ্ৰিয় নেতাগৰাকীয়ে ৱায়নাড জিলাৰপৰা ছবাৰকৈ কেৰালাৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল। চুলতান বাথেৰী আৰু কালপেট্টা সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল।

আৰু পঢ়িব পাৰিব : গুৱাহাটী পালেহি বাৰ্ড ফ্লু! চিৰিয়াখানাত নিষিদ্ধ মুৰ্গী মাংস…

এ কে এন্থনী চৰকাৰৰ দিনত তেওঁ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী আছিল। ওমান চান্দে মন্ত্ৰীসভাত তেওঁ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। তেওঁ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভালেমান দায়িত্বতো ন্যস্ত হৈ আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক