--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি ফ্ৰীজ প্ৰত্যেক ঘৰতে ব্যৱহাৰ কৰা এক অপৰিহাৰ্য যন্ত্ৰ। মানুহে প্ৰায়ে অজানিতে এনে কিছুমান বস্তু ফ্ৰীজত ৰাখে, যাৰ বাবে ভৱিষ্যতে ধনৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। ফ্ৰীজৰ বাস্তু নিয়ম জানো আহক।

কি কি বস্তু ফ্ৰীজৰ ওপৰত ৰাখিব নালাগে

১) টকা- বহুতৰে ফ্ৰীজত টকা ইত্যাদি ৰখাৰ অভ্যাস আছে। বাস্তু শাস্ত্ৰৰ মতে ধন-টকা আদি কেতিয়াও ফ্ৰীজৰ ওপৰত ৰাখিব নালাগে। ইয়াৰ ফলত ব্যৱসায়ত লোকচান হ’ব পাৰে। 

২) ট্ৰফী- বহুতৰে সন্তানৰ পদক বা ট্ৰফী ফ্ৰীজৰ ওপৰত ৰখাৰ অভ্যাস আছে। তেনে কৰাটো শুভ বুলি গণ্য কৰা নহয়।
 
৩) গছ - বহুতে সজোৱাৰ উদ্দেশ্যে ফ্ৰীজৰ ওপৰত গছ-গছনি আদিও ৰাখে। বাস্তু শাস্ত্ৰৰ মতে গছ কেতিয়াও ফ্ৰীজৰ ওপৰত ৰাখিব নালাগে। 

৪) ঔষধ- ঔষধ ফ্ৰীজৰ ওপৰত ৰাখিব নালাগে। বিজ্ঞানেও এই কথা মানি লয়। ফ্ৰীজৰ পৰা নিৰ্গত হোৱা তাপে ঔষধৰ ওপৰত প্ৰভাৱ পেলায়।

ফ্ৰীজটো কোন দিশত ৰাখিব?

ফ্ৰীজটো সদায় বেৰৰ পৰা কমেও এক ফুট দূৰত্বত ৰাখিব লাগে। ঘৰত সুখ আৰু শান্তি বজাই ৰাখিবলৈ ফ্ৰীজটো সদায় পশ্চিম দিশত ৰাখক। ইয়াৰ উপৰিও দক্ষিণ-পশ্চিম দিশকো শুভ বুলি গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ