--°C
Loading...
Listen to Article
2 min read
80%

৭ পুহ, বৃহস্পতিবাৰ, ইং ২৩ ডিচেম্বৰ, ২০২১

মেষ ৰাশি - মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক সন্মান বাঢ়িব৷ কৰ্মক্ষত্ৰত সাহস বাঢ়িব৷ শত্ৰুৰ পৰা সাৱধান হোৱা ভাল। 


বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ ইচ্ছা শক্তি বাঢ়িব৷ বিদ্যাৰ্থীসকলৰ শুভ৷ সজাগ নহলে সামান্য ঘৰুৱা দিশত অশান্তি বৃদ্ধিৰ যোগ। 


মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ ধৈৰ্য্য শক্তি বাঢ়িব৷ কৰ্মত আনৰ সহায় সহযোগিতা লাভ৷ সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ।   


কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ব্যস্ততা বাঢ়িব৷  মনৰ উদ্বিগ্নতা বাঢ়িব৷ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল। 


সিংহ ৰাশিৰ - সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ৷ সজাগ নহলে সামান্য মনত আঘাত পাব পাৰে৷ মনৰ উৎসাহ হ্ৰাস হোৱাৰ যোগ।


কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ৷ আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধিৰ যোগ।


তুলা ৰাশি- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ৷ কৰ্মত সাহস বাঢ়িব৷ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱা ভাল।  


বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব৷ মন আনন্দ বাঢ়িব৷ আৰ্থিক দিশত শুভ হোৱাৰ যোগ। 


ধনু ৰাশি- ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব৷ স্বাস্থ্যৰ উন্নতি হ'ব৷ মনত সামান্য অভিমান ভাৱ বৃদ্ধিৰ যোগ।


মকৰ ৰাশি - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হ'ব৷ কাৰ্য্য দক্ষতা বাঢ়িব৷ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল।


কুম্ভ ৰাশি- কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত পাৰিবাৰিক দিশত শুভ৷ ভ্ৰমণত সামান্য জতিলতা আহিব পাৰে৷ সামান্য ব্যয় বৃদ্ধিৰ যোগ।


মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা সম্পত্তি বাঢ়িব৷ সমস্যাবোৰৰ সমাধান কৰাৰ সুযোগ লাভ কৰিব৷ যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ