--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মুম্বাই পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে সকলোৰে উৎসুকতা বৃদ্ধি কৰি মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ মুৰব্বী ৰাজ থাকৰেই ৰাজ্যখনৰ মুখ্যমন্ত্রী দেবেন্দ্র ফড়নবিছক সাক্ষাৎ কৰে।

ডিজিটেল ডেস্কঃ মুম্বাই মহানগৰৰ পৰিবহণ আৰু বিদ্যুৎ যোগান সংস্থাৰ এমপ্লয়িজ ইউনিয়নৰ নিৰ্বাচনত থাকৰে ভাতৃদ্বয় (ৰাজ আৰু উদ্ধৱ) যুটিয়ে ২১খন আসনৰ ভিতৰত এখনো আসন লাভ নকৰাৰ পাছতেই মহাৰাষ্ট্ৰত পুনৰ নতুন ৰাজনৈতিক সমীকৰণ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছে।


মুম্বাই পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে সকলোৰে উৎসুকতা বৃদ্ধি কৰি বৃহস্পতিবাৰে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ (এম এন এছ) মুৰব্বী ৰাজ থাকৰেই ৰাজ্যখনৰ মুখ্যমন্ত্রী দেবেন্দ্র ফড়নবিছক সাক্ষাৎ কৰে।


সাক্ষাৎকালত দুয়োজন নেতাই কি বিষয়ত বাৰ্তালাপ কৰিলে, সেই বিষয়টো ৰহস্যৰ আৱতত আছে যদিও বি এম চিৰ নিৰ্বাচনৰ পূৰ্বে এই সাক্ষাতে এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক ইংগিত দিছে।


বুধবাৰে শিৱসেনা (উদ্ধৱ) আৰু এম এন এছে যুটীয়াভাৱে প্রতিদ্বন্দ্বিতা কৰি এমপ্লয়িজ ইউনিয়নৰ নিৰ্বাচনত শোচনীয় পৰাজয় বৰণ কৰাৰ পাছতেই তাৎপর্য বহন কৰিছে।


উল্লেখযোগ্য যে যোৱা মাহত উদ্ধৱ থাকৰে আৰু তেওঁৰ ভাতৃ ৰাজ থাকৰেই এখন সমাৱেশত পুনৰ একলগ হোৱাৰ সংকল্প লৈছিল।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক