--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি প্ৰায়ে শৰীৰৰ সকলো অংগৰ সৌন্দৰ্য্যৰ যত্ন লওঁ, কিন্তু সাধাৰণতে দাঁতৰ হালধীয়া হোৱাটো আওকাণ কৰোঁ। যদি দাঁতত বগা ৰং নাথাকে তেন্তে বহু সময়ত লাজৰ সন্মুখীন হ’বলগীয়া হয়। ব্ৰাছেৰে দৈনিক পৰিষ্কাৰ কৰিলেও আমি আকাংক্ষিত ফলাফল নাপাওঁ। আহকচোন সেই ৫টা ঘৰুৱা উপায় গ্ৰহণ কৰো যাৰ সহায়ত আপোনাৰ দাঁতবোৰ সহজে চিকচিকিয়া হোৱাই নহয়, দন্ত চিকিৎসালয়ৰ খৰচো ৰাহি হ’ব।

দাঁত হালধীয়া হোৱা দূৰ কৰাৰ ৫টা ঘৰুৱা উপায়

১) আদাঃ মিক্সাৰ গ্ৰাইণ্ডাৰত আদা সৰু টুকুৰা এটা পিহি তাৰ পিছত চতুৰ্থাংশ চামুচ নিমখৰ লগত মিহলাই লওক। তাত নেমুৰ ৰসো মিহলাই লওক। টুথব্ৰাছৰ সহায়ত তিনিওটা বস্তুৰ মিশ্ৰণ দাঁতত ঘঁহি দিব।

২) নিমৰ পাতঃ নিমৰ ঔষধি গুণৰ বিষয়ে আমি সকলোৱে সচেতন। গৰম পানীৰ পাত্ৰ এটাত নিমপাত উতলাই লওক, তাৰ পিছত পানীখিনি ফিল্টাৰ কৰি ঠাণ্ডা হোৱালৈ অপেক্ষা কৰক। এতিয়া এই পানীৰে গাৰ্গল কৰক। নিমৰ তিতাই মুখ আৰু দাঁতত থকা বীজাণুবোৰক নিধন কৰে।

৩) এপচম নিমখঃ এপচম লৱণক(Epsom Salt) মেগনেছিয়াম ছালফেট বুলিও কোৱা হয়। এই নিমখ আৰু পানী সমান পৰিমাণে মিহলাই লওক। এই মিশ্ৰণটো টুথব্ৰাছৰ জৰিয়তে দাঁতত ঘঁহি তাৰ পিছত মুখ ধুব।

৪) ক’ক’ পাউদাৰঃ ক’ক’ পাউদাৰ পানী বা নাৰিকল তেলৰ লগত মিহলাই পেষ্ট প্ৰস্তুত কৰক। তাৰ পিছত ব্ৰাছত লগাই দাঁত পৰিষ্কাৰ কৰক। এই মিশ্ৰণ ব্যৱহাৰ কৰিলে দাঁতৰ জিলিকনি পুনৰ ঘূৰি আহিব।

৫) পদিনা পাতঃ পদিনাক অতি উপকাৰী বুলি গণ্য কৰা হয়। ৩ বা ৪ টা পাত পিহি নাৰিকল তেলত মিহলাই লওক। মিশ্ৰণটো টুথব্ৰাছত লগাই দাঁতত ঘঁহি লওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ