--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : স্বাস্থ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ৷ হিমন্তক ৰুধিবলৈ গাঁৱে-ভূঞে কলেজ খুলিব আজমলে। ৰাজনীতিৰ আগ্ৰাসনৰ বাবে শিক্ষানীতিৰ আশ্ৰয় ল’ব আজমলে। ৰাজ্যত নিৰ্বাচনী ৰণদুন্দুভি বাজি উঠাৰ সময়তে এই মুকলি হুংকাৰ এআইইউডিএফৰ মুখ্য বদৰুদ্দিন আজমলৰ।

আৰু পঢ়িব পাৰিব : অসমৰ ছজনকৈ প্ৰব্ৰজিত শ্ৰমিকৰ মেঘালয়ত মৃত্যু

আজমলৰ কলেজক লৈ হিমন্তৰ আপত্তি কিয় বুলি প্ৰশ্ন তেওঁৰ৷ বৰ্তমান অসমত ৪৮খন আজমলৰ কলেজ আছে বাধা দিলে অসমৰ গাঁৱে-ভূঞে হ’ব আজমলৰ কলেজ বুলি সকীয়াই দিলে তেওঁ৷ ইপিনে ‘কা’বিৰোধী প্ৰতিটো দলক মিত্ৰতাবদ্ধ হ’বলৈ আহ্বান আজমলৰ।

আৰু পঢ়িব পাৰিব : হৃদয় বিদাৰক ! দেৱ শিশুক পুখুৰীত দলিয়াই হত্যা পিতৃ-মাতৃৰ

আনহাতে এআইইউডিএফ থকালৈ ৰাষ্টীয় নাগৰিকপঞ্জীত খিলঞ্জীয়াৰ নাম কৰ্তন হ’বলৈ নিদিয়াৰ হুংকাৰ আজমলৰ। নিৰ্বাচনৰ সময়ত এনেদৰে নিজ সংসদীয় সমষ্টি ধুবুৰীত বিজেপিৰ বিৰুদ্ধে সৰব হৈছে আজমল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক