--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : কেইবাটাও কাৰ্যসূচী লৈ অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ অমিত শ্বাহৰ এই ভ্ৰমণক লৈ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ৷ গৃহমন্ত্ৰীৰ ভ্ৰমণকালত প্ৰতিবাদী কাৰ্যসূচী ৰুধিবলৈ ঠায়ে ঠায়ে প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰাও৷ বিজেপিৰ একাধিক বিশাল জনসভাত অমিত শ্বাহে অংশগ্ৰহণ কৰিব৷

আৰু পঢ়িব পাৰিব : ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ আওতালৈ কেন্দ্ৰীয় বাহিনী, গৃহমন্ত্ৰীৰ পদক্ষেপ

নলবাৰীতো বিজেপিয়ে আয়োজন কৰিছে বিশাল জনসভাৰ৷ নলবাৰীৰ জনসভাক লৈ সতৰ্ক হৈ পৰিছে প্ৰশাসন৷ যাৰ বাবে নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা৷ প্ৰতিবাদী কাৰ্যসূচীক বাধা দিয়াৰ বাবে প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি কৰা হৈছে জিলাখনত৷ উল্লেখ্য যে, আজি দুখনকৈ জনসভাত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে৷

আৰু পঢ়িব পাৰিব : পুনৰ ফাদিল পাকিস্তানৰ ষড়যন্ত্ৰ, জম্মু-কাশ্মীৰলৈ সুৰংগ পথেৰে সন্ত্ৰাসবাদী

আনহাতে কোকৰাঝাৰত অনুষ্ঠিত হৈছে প্ৰথম বিটিআৰ দিৱসৰ কাৰ্যসূচী৷ কোকৰাঝাৰৰ গ্ৰীন ফিল্ডত বিটিআৰ দিৱসৰ বিশাল আয়োজন৷ চাৰিদিনীয়াকৈ কোকৰাঝাৰত উদযাপন হ’ব বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি৷ বিটিআৰ দিৱসৰ আজিৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’ব গৃহমন্ত্ৰী অমিত শ্বাহে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক