--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দেওবাৰে ৰাজীৱ ভৱনত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ আৰু জেৰেঙা পথাৰৰ সভা সন্দৰ্ভত এক সংবাদমেল আহ্বান কৰে৷ তেওঁৰ অভিযোগ, 'জেৰেঙা পথাৰৰপৰা বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে ঠিকে, কিন্তু জেৰেঙাৰ আৰ্তনাদ শুনিবলৈ চেষ্টা নকৰিলে মোদীয়ে।'

আৰু পঢ়িব পাৰিব :অতিমাৰীৰ বাবে আনবাৰতকৈ পৃথক হ’ব গণতন্ত্ৰ দিৱস, বাদ পৰিব এইসমূহ দিশ

অসমতো বৰ্তমান ল'ৰাৰজা আৰু লালুকসোলা বৰফুকনৰ দৰে লোকে অসম ধ্বংস কৰাৰ চেষ্টা চলাইছে বুলি মন্তব্য প্ৰদ্যুত বৰদলৈৰ৷ বিজেপিয়ে আজি সতী জয়মতীৰ আদৰ্শ ধ্বংস কৰাত নামিছে ৷ অসমীয়াৰ গৌৰৱ নোহোৱা কৰাৰ চেষ্টাত নামিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

আৰু পঢ়িব পাৰিব :কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সভা, নলবাৰীত ১৪৪ ধাৰা

এনে লোকে এতিয়া আমাৰ সমাজত নেতৃত্ব দিব খোজা লোকক ঘৰৰ পৰা বিচাৰি আনি অংগখুঁত কৰাৰ চেষ্টা কৰিছে বুলিও অভিযোগ তেওঁৰ৷ ইপিনে 'টেলিপ্ৰম্পটাৰ চাই অসমীয়াৰ কথা কৈছে, অসমীয়াৰ দুখ ক'ত শুনিব' বুলি মোদীক সমালোচনা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক