--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: BTRৰ বৰ্ষপূৰ্তিত অমিত শ্বাহৰ উদাত্ত ভাষণ৷ বড়োলেণ্ডত শান্তিৰ এক নতুন যুগৰ সূচনা বুলি মন্তব্য় শ্বাহৰ৷ তেওঁ কয়, ‘চৰকাৰৰ সদিচ্ছাত বড়োলেণ্ডত নৱ বিকাশ হ'ব৷ এতিয়া বড়োলেণ্ড কেৱল বিকাশৰ বাটত আগুৱাব৷ অসমৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ বিকশিত অঞ্চল হ’ব BTR৷ জনসভাত উপস্থিত বড়ো-অবড়ো সকলো৷ বড়ো-অবড়োৰ বিভেদ সৃষ্টিকাৰীলৈ এয়া দৃঢ় উত্তৰ৷ বড়োলেণ্ডবাসীক দিয়া সকলো আশ্বাস পূৰণ কৰিব চৰকাৰে৷

আৰু পঢ়িব পাৰিব : জেৰেঙাৰ আৰ্তনাদ শুনিবলৈ চেষ্টা নকৰিলে মোদীয়ে: প্ৰদ্যুৎ বৰদলৈ

প্ৰধানমন্ত্ৰীৰ সপোনৰ নতুন ভাৰতৰ অংগ নৱ বড়োলেণ্ড৷ BTRৰ শান্তিপূৰ্ণ নিৰ্বাচন হ’ল আটাইৰে সংযুক্ত বিজয়৷' তেওঁ লগতে কয় যে, ‘চৰকাৰৰ সদিচ্ছাৰ বাবে শান্তি ঘূৰি আহিল BTRত৷ ‘বড়োলেণ্ডত বিজেপি-UPPLৰ চৰকাৰ তাৰেই ট্ৰেইলৰ৷’ অসমত একক সংখ্যাগৰিষ্ঠতাৰে বিজেপি চৰকাৰৰ দাবী শ্বাহৰ৷ আত্মসমৰ্পণকাৰী উগ্ৰপন্থীলৈ ৪ লাখ টকাৰ অনুদান ঘোষণা৷

আৰু পঢ়িব পাৰিব : পাঁচ মাহত ৩১ বাৰ ক’ভিড আক্ৰান্ত মহিলাক লৈ বিপাঙত চিকিৎসক মহল

সোণোৱাল চৰকাৰক প্ৰশংসাৰে ওপচাই তেওঁ কয়, ‘বহিঃৰাজ্যৰপৰা ওভতা ৪ লক্ষাধিকক দিছে আৰ্থিক সাহায্য৷ সন্ত্ৰাসবাদ মুক্ত কৰি উন্নতিৰ পথত আগুৱাই নিছে অসম৷’ উল্লেখ্য় যে, কেন্দ্ৰই BTRৰ সমষ্টি বৃদ্ধিৰ চিন্তা-চৰ্চা কৰিছে বুলিও তেওঁ প্ৰকাশ কৰি তেওঁ কয়, ‘সমষ্টি বৃদ্ধিৰ প্ৰস্তাৱ বিবেচনাৰ বাবে গঠন কৰা হৈছে আয়োগ৷’ BTRৰ বিভিন্ন উন্নয়ন প্ৰকল্প উদ্বোধন কৰে অমিত শ্বাহে৷ ছহিদ পৰিয়ালক ৫ লাখ টকাৰ অনুদান বিতৰণ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ