--°C
Loading...
Listen to Article
2 min read
80%

১.মেষ ৰাশি (অ,ল)- মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব।কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।

২.বৃষ ৰাশি(উ,ব,ই)-বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আহিব পাৰে। সুখ বাঢ়িব যদিও আজি আপুনি ঘৰুৱা দিশত সজাগ হোৱাটো ভাল হ'ব।

৩.মিথুন ৰাশি( ক,ছ)-মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ছোৱালীৰসকলৰ সুখ বাঢ়িব, বেচা কিনাত শুভ হ'ব। লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা য়ায।

৪. কৰ্কট ৰাশি( ড,হ)-কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হ'ব। আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জটিলতা বাঢ়িব লগতে আজি আপোনাৰ ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ(ম,ট)-সিংহ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত সজাগ নহ'লে কৰ্মত জটিলতা বাঢ়িব লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

৬. কন্যা ৰাশি(প,ঠ)-কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত পাৰিবাৰিক দিশত শুভ হ'ব। কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ পাব।

৭. তুলা ৰাশি(ৰ,ত)-তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা বাঢ়িব। আৰ্থিক দিশত শুভ হ'ব। প্ৰেমত শুভ হ'ব যদিও কিন্তু আজি আপুনি সকলো দিশৰ পৰা সজাগ হৈ থাকিব।

৮. বৃশ্চিক ৰাশি(ন,য)-বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত ৰাজহুৱা কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব। সমস্যাবোৰ সমাধান হ'ব যদিও আজি আপুনি সজাগ নহ'লে সামান্য মিচা অপমান পাবও পাৰে।

৯. ধনু ৰাশি(ধ,ভ)-ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ'ব যদিও আজি আপোনাৰ মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।

১০. মকৰ ৰাশি (খ,জ)-মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা বাঢ়িব পাৰে যদিও আজি আপোনাৰ মনৰ আশা পূৰণ হ'ব লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স)-কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত বন্ধুৰ সহায় সহযোগিতা বাঢ়িব। শুভ সংবাদ লাভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনৰ উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি( দ,চ)-মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ'ব লগতে আজি আপোনাৰ জ্ঞান আহৰণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ